বিগত বছৰ কেইটাৰ দৰে এইবেলিও ৰঙিয়া মহকুমাৰ কামপীঠ বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা আৰু শ্ৰীশ্ৰী লক্ষ্মীপূজাৰ আয়োজন কৰিছে৷কামপীঠ(কঞাঁ) দুৰ্গাপূজা মন্দিৰত অহা ১,২,৩,৪ আৰু ৫ অক্টোবৰত বিস্তৃত কাৰ্য্যসূচীৰে আয়োজিত দুৰ্গাপূজাৰ সকলো কাৰ্য্যসূচীতে ৰাইজৰ উপস্থিতি কামনা কৰিছে পূজা উদযাপন সমিতিয়ে৷আনহাতে পূজাৰ লগত সংগতি ৰাখি অহা ৭,৮ আৰু ৯ অক্টোবৰত ইতিহাস থিয়েটাৰেে নাট প্ৰদৰ্শন কৰিব বুলি উদযাপন সমিতিয়ে জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जल जीवन मिशन के तहत हर घर को मिले शुद्ध जल - जिला कलेक्टर
जल जीवन मिशन के अन्तर्गत जिला जल एवं स्वच्छता मिशन की मासिक बैठक को सोमवार को जिला कलेक्ट्रेट...
Haryana Election: Randeep Surjewala ने BJP पर साधा निशाना, कहा 'हरियाणा में बदलाव की क्रांति'
Haryana Election: Randeep Surjewala ने BJP पर साधा निशाना, कहा 'हरियाणा में बदलाव की क्रांति'
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
સ્વામિનારાયણ ગોકુલધામ-નારનાં વિદ્યાર્થીઓને ગોલ્ડ મેડલ પ્રાપ્ત થયા
પૃથ્વિ પર રહેતા માનવમાત્રને સંસ્કૃતિ, કલા ઉત્સવ, ખેલકુલ અને રમત-ગમત દ્વારા ઉત્સાહ, નવીન ઉર્જા...