আদিবাসী আধুনিক গীতৰ শুভমুক্তি

আজি চৰাইদেউ জিলাৰ বৰহাট অঞ্চলত অৱস্থিত লিয়ন ষ্টুডিঅ'ত উদীয়মান কণ্ঠশিল্পী অজিৎ গগৈয়ে কণ্ঠদান কৰা মৰ গৰী নামৰ আদিবাসী আধুনিক গীতটো শুভ মুক্তি দিয়ে

অবিনাশ ভেংগৰাই লিখা গীতটিত কণ্ঠদান কৰিছে অজিৎ গগৈয়ে আৰু সংগীত, শব্দ সংমিশ্ৰণ কৰে অংকুৰ গগৈয়ে।।