DOBOKA_JAMIYAT PRESS MEET
বঙাইগাৱৰ যোগীঘোপাত মাদ্ৰাছা উচ্ছদ কৰাক লৈ অসম ৰাজ্যিক জমিয়তৰ সংবাদ মেল ৷ মাদ্ৰাছা উচ্ছেদৰ বাবে উপায়ুক্তই দিয়া নিৰ্দেশনাক লৈ আদালতৰ দাৰস্থ হব অসম ৰাজ্যিক জমিয়ত উলেমা ৷ বৈ আইনী ভাৱে মাদ্ৰাছা ভাঙাক লৈ এইবাৰ সৰৱ হৈ পৰিছে অসম ৰাজ্যিক জমিয়ত উলামা .৷
