ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ প্ৰেক্ষাগৃহত ধেমাজি জিলা উন্নয়ন আৰু পুনৰীক্ষণ সমিতিৰ এখনি বৈঠক অনুষ্ঠিত হয় ৷ লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই গুৰুত্বপূ্ৰ্ণ বৈঠকত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগে ৰুপায়ণ কৰি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ সন্দৰ্ভত আলোকপাত কৰা হয় আৰু সমাগত সময়ত ৰুপায়ণ কৰিবলগীয়া প্ৰকল্পৰ উপৰি আঁচনি সমূহৰ বিষয়ে বিশদ আলোচনা কৰা হয় ৷ উল্লেখ্য যে এই বৈঠকত সাংসদ প্ৰদান বৰুৱাই প্ৰতিটো বিভাগকে আঁচনি ৰুপায়ণত যাতে লেহেমীয়া নহয় তাৰ প্ৰতি বিশেষ নজৰ দিবলৈ নিৰ্দেশ দিয়ে ৷ স্মৰ্তব্য যে বৈঠকত ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ৰনোজ পেগুকে ধৰি জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বীৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে অংশ লয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Indian Automakers ने साल 2023 में बेची 41 लाख से अधिक कारें, Maruti Suzuki रही नंबर-1
Maruti Suzuki ने पिछले कैलेंडर वर्ष में 2 मिलियन से अधिक यूनिट के साथ अप्रत्याशित रूप से नेतृत्व...
কৰ্যঙা ৰূপাইপথাৰত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ সামৰণি
কৰ্যঙা ৰূপাইপথাৰত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ সামৰণি
પીપરલા ગામે મેદાન અને લાઇબ્રેરી બંનેના સમન્વયને કારણે હવે પરીક્ષાની તૈયારી કરતા યુવાનોને અનેરો લાભ
તળાજાના પીપરલા ગામે પૂ. બ્રહ્મચારી શ્રી જ્ઞાનપ્રકાશનંદ સ્વામી હસ્તે આજે નવી લાઇબ્રેરી શરુઆત ગામ...
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত কেইবাটাও আচনিৰ অধীনত হৈ থকা কামৰ শুভউদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে।
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত খুমটাই গাওঁপঞ্চায়ত আৰু চেপন গাওঁপঞ্চায়তত ২০২১-২২ বৰ্ষৰ...
राव सूरजमल हाड़ा की छतरी का उसी स्थान पर होगा पुननिर्माण, समाज और प्रशासन के बीच बनी सहमति
कोटा
फ़रीद खान
समाज और प्रशासन के बीच बनी सहमति,,राव सूरजमल हाड़ा की छतरी का उसी स्थान पर...