কাতি বিহুৰ উপলক্ষে মঙলবাৰে মথুৰাপুৰত চ’চিয়েল ৱেলফেয়াৰ গ্ৰুপে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ৷ স্বেচ্ছাসেৱী সংগঠনটোৱে মাটিৰ চাকি আৰু তুলসীৰ পুলি বিতৰণ কৰিলে ৰাইজক৷ কাতি বা কঙালী বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ধৰি ৰখাৰ লগতে নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ বৃদ্ধি কৰা উদ্দেশ্য এক ব্যতিক্ৰমী পদক্ষেপ হাতত ল’লে চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ এই স্বেচ্ছাসেৱী অনুষ্ঠানে ।স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ৰাইজৰ মাজত বিতৰন কৰে শতাধিক মাটিৰ চাকি,তুলসী পুলি ৷ এই কাৰ্যসূচীত গ্ৰুপটোৰ উপদেষ্টা যুগল বৰগোহাঁই, ৰাধু চৌধুৰী, জুৱেদ আলি সদস্য ক্ৰমে প্ৰণৱ বৰগোহাঁই,বাসুদেৱ কুমাৰ,ৰঘু ৰাজ কোঁৱৰ নিমনাগড় পঞ্চায়ত সভাপতি পূৰ্ণজিত ফুকন আৰু সমাজকৰ্মী অতুল ৰাজকোঁৱৰৰে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kisan Andolan 2024 : बैरिकेट तोड़ने के लिए भारी मशीनें और JCB लेकर आए किसान | Sambhu Border
Kisan Andolan 2024 : बैरिकेट तोड़ने के लिए भारी मशीनें और JCB लेकर आए किसान | Sambhu Border
વેજલપુર રહેમાનીયા મસ્જીદ પાસે આવેલ કુલ-૦૨ રહેણાંક મકાનોમાં ગૌવંશ કતલ બાબતે રેઈડ કરી કુલ.૮૦૫ કિ.ગ્રા ગૌમાંસ તેમજ જીવીત ગૌવંશ (બળદ) નંગ-૧ બચાવી કતલ કરતા કુલ -૦૭ આરોપીઓને રંગે હાથે ઝડપી કાર્યવાહી કરતી વેજલપુર પોલીસ સ્ટેશન ટીમ
પંચમહાલ રેન્જના નાયબ પોલીસ મહાનિરીક્ષક આર.વી.અસારી તથા પોલીસ અધીક્ષક હિમાંશુ સોલંકી પંચમહાલ ગોધરા...
Weight Loss Diet Plan Gut Health Special | By GunjanShouts
Weight Loss Diet Plan Gut Health Special | By GunjanShouts
Kia की नई SUV टेस्टिंग के दौरान फिर हुई स्पॉट, इंटीरियर की भी मिली झलक
साउथ कोरियाई वाहन निर्माता Kia मोटर्स की ओर से अपने SUV पोर्टफोलियो का विस्तार करने की...
HOJAI PIJUSH HAZARIKA VISTE AND INTERVIEW
হোজাইত মন্ত্ৰী পিয়ুষ হাজৰিকা। বৃহস্পতিবাৰে বিয়লি হোজাইত উপস্থিত হোৱা মন্ত্ৰী পিয়ুষ হাজৰিকাই...