ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ প্ৰেক্ষাগৃহত ধেমাজি জিলা উন্নয়ন আৰু পুনৰীক্ষণ সমিতিৰ এখনি বৈঠক অনুষ্ঠিত হয় ৷ লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই গুৰুত্বপূ্ৰ্ণ বৈঠকত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগে ৰুপায়ণ কৰি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ সন্দৰ্ভত আলোকপাত কৰা হয় আৰু সমাগত সময়ত ৰুপায়ণ কৰিবলগীয়া প্ৰকল্পৰ উপৰি আঁচনি সমূহৰ বিষয়ে বিশদ আলোচনা কৰা হয় ৷ উল্লেখ্য যে এই বৈঠকত সাংসদ প্ৰদান বৰুৱাই প্ৰতিটো বিভাগকে আঁচনি ৰুপায়ণত যাতে লেহেমীয়া নহয় তাৰ প্ৰতি বিশেষ নজৰ দিবলৈ নিৰ্দেশ দিয়ে ৷ স্মৰ্তব্য যে বৈঠকত ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ৰনোজ পেগুকে ধৰি জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বীৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে অংশ লয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Dhoraji : આશા વર્કર બહેનોએ આપ્યું આવેદનપત્ર | Gstv Gujarati News
Dhoraji : આશા વર્કર બહેનોએ આપ્યું આવેદનપત્ર | Gstv Gujarati News
અંબાજી: “મા અંબા” ના પ્રસાદમાં ભળ્યો આદિજાતિના લોકસંગીતનો લહેકો
અંબાજી: “મા અંબા” ના પ્રસાદમાં ભળ્યો આદિજાતિના લોકસંગીતનો લહેકો
Hero Motocorp Share News: क्यों इस Stock में आज निवेश करने से बन सकता है बढ़िया Profit ? | FY25
Hero Motocorp Share News: क्यों इस Stock में आज निवेश करने से बन सकता है बढ़िया Profit ? | FY25
સુરેન્દ્રનગરના યુવાનનું અકસ્માતમાં મોત નીપજ્યું
સુરેન્દ્રનગર કરણીગ્રુપ સમાજ દ્વારા રાજસ્થાનનામાં પદયાત્રીઓ માટે મફત સેવાકેમ્પ યોજાયો હતો....