কি আচৰিত, তিনিচুকীয়াৰ চহৰৰ হিজুগুৰিত বাঘৰ আতংক ৷ হয়, আজি পুৱা তিনিচুকীয়া চহৰৰ হিজুগুৰিৰ হেদাইটপুৰ অঞ্চলত পুৱা সৃষ্টি হয় এক বাঘৰ আতংক ৷ পুৱা প্ৰায় ৭ বজাত এজন হিজুগুৰিৰ বাসিন্দাৰ বাৰিত দেখা পায় এটা প্ৰকাণ্ড বাঘ। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে বনবিভাগক খৱৰ দিয়ে আৰু বনবিভাগে বাঘটো জব্দ কৰিবলৈ উক্ত স্থানত পিঞ্জৰা স্থাপন কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAJTAK 2 । 07 OCTOBER 2023 । AAJ KA RASHIFAL । आज का राशिफल । धनु राशि। SAGITTARIUS। Daily Horoscope
AAJTAK 2 । 07 OCTOBER 2023 । AAJ KA RASHIFAL । आज का राशिफल । धनु राशि। SAGITTARIUS। Daily Horoscope
UP के Kanpur की पुलिस क्या सो रही थी? Ghatampur में हुई वीभत्स घटना पर Yogi सरकार चुप क्यों?
UP के Kanpur की पुलिस क्या सो रही थी? Ghatampur में हुई वीभत्स घटना पर Yogi सरकार चुप क्यों?