সোণাৰিৰ টিমনত প্ৰকৃতিপ্ৰেমী অনুপ মহনৰ উদ্যোগত গছপুলি ৰোপণৰ প্ৰয়াস। চৰাইদেউ জিলা খনৰ বিভিন্ন প্ৰান্তত এতিয়ালৈকে প্ৰায় ৩৫ হাজাৰ কৃষ্ণচূড়া, সোণাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণৰ লগতে প্ৰতিপালন কৰি অভিলেখ গঢ়িছে প্ৰকৃতিপ্ৰেমী অনুপ মহনে। জিলাখনৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰাৰ পাছত এইবাৰ মাহমৰা সমষ্টিৰ টিমনত স্থানীয় ৰাইজৰ সহযোগত গছপুলি ৰোপণৰ প্ৰয়াস প্ৰকৃতিপ্ৰেমী অনুপ মহনৰ। অতিশীঘ্ৰেই টিমনৰ ৰাস্তাৰ কাষত সোণাৰু, কৃষ্ণচূড়া, নাহৰ আদি গছৰ পুলি ৰোপন কৰিবলৈ নিজে ট্ৰেক্টৰ চলাই গাঁত খান্দি জৈৱিক সাৰ আদি দিয়াৰ ব্যৱস্থা কৰিছে অনুপ মহনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
IndusInd Bank: तिमाही नतीजों के बाद इंडसइंड बैंक के शेयरों में उछाल, 52 हफ्ते के उच्चतम स्तर पर स्टॉक
IndusInd Bank Share Price: निजी क्षेत्र के बैंक इंडसइंड बैंक के शेयर में बुधवार को 4 प्रतिशत...
ડીસા નગરપાલિકાના ઇન્ચાર્જ ચીફ ઓફિસર દ્વારા શહેરની વિવિધ સમસ્યાઓને લઈને જાત તપાસ હાથ ધરાઈ…
ડીસા નગરપાલિકાના ઇન્ચાર્જ ચીફ ઓફિસર દ્વારા શહેરની વિવિધ સમસ્યાઓને લઈને જાત તપાસ હાથ ધરાઈ…
પેટલાદમાં આમ આદમી પાર્ટી દ્વારા પદયાત્રા યોજાઈ
પેટલા શહેરમાં ગાંધીચોક,સરદાર ચોક સહિતના વિવિધ વિસ્તારોમાં આમ આદમી પાર્ટી દ્વારા પદયાત્રા યોજાઈ...
Israel Hamas War Update Gaza में Hospital के हमले के बाद US और Arab Alliance में तनातनी
Israel Hamas War Update Gaza में Hospital के हमले के बाद US और Arab Alliance में तनातनी