সোণাৰিত NSCN (IM)ৰ সদস্য আটক।

অসম-নগালেণ্ড সীমান্তৰ নামতোলাত সেনাই আটক কৰে নগা উগ্ৰপন্থী সদস্য জনক।

আটকাধীন NSCN (IM) সদস্য জনৰ নাম টাইনাই ৱাংনাও।

নগা উগ্ৰপন্থী সংগঠনটোৰ যুদ্ধবিৰতি গোটৰ সদস্য বুলি জানিব পৰা গৈছে।