২ছেপ্টেম্বৰ২০২২:--চৰাইদেউ জিলাৰ সোনাৰী সমষ্টিৰ বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেৱটৰীৰ পৰা এটা অতি জৰুৰী মাইক্ৰস্কপ বিগত কৰণা মহামাৰী সময়ৰ পৰাই হেৰাই আছিল। ২৩ আগষ্টত মাইক্ৰস্কপ হেৰুৱাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতেই স্বাস্থ্য কেন্দ্ৰই দিয়াৰ এজাহাৰৰ ভিত্তিত বৰহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰু তাৰ পাছতেই ৰহস্যজনক ভাৱে ৩১ আগষ্ট ত মাইক্ৰস্কপটো স্বাস্থ্যকেন্দ্ৰতে উদ্ধাৰ হয় । ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে কেন্দ্ৰ টোৰ কৰ্মচাৰীয়েই মাইক্ৰস্কপটো চুৰ কৰিছে নেকি ?আৰক্ষীৰ সঠিক তদন্তহে ফাদিল হব ইয়াৰ ৰহস্য
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લીંબડી રાજકોટ હાઇવે ઉપર અકસ્માતમાં બે વ્યક્તિઓના કમકમાટી ભર્યા મોત નિપજ્યા
લીંબડી રાજકોટ હાઇવે ઉપર અકસ્માત સર્જાયો હતો. આ અકસ્માતની ઘટનામાં બે વ્યક્તિઓના કમકમાટી ભર્યા મોત...
નેશનલ હ્યુમન રાઇટ્સ અને ક્રાઇમ કંટ્રોલ બ્યુરો શિક્ષક દિવસ નિમિતે મહુવા ના શિક્ષકો નુ સન્માન કરેલ
નેશનલ હ્યુમન રાઇટ્સ અને ક્રાઇમ કંટ્રોલ બ્યુરો શિક્ષક દિવસ નિમિતે મહુવા ના શિક્ષકો નુ સન્માન કરેલ
बाड़मेर में धरना समाप्त: कंपनी से वार्ता के बाद 35 लाख मुआवजा, नौकरी व सीएसआर सहायता पर बनी सहमति
राजकीय अस्पताल बाड़मेर की मोर्चरी में सोलर कंपनी की घोर लापरवाही से हुई दुर्घटना में...
পূজাৰ চান্দা নিদিব! মুখ্যমন্ত্ৰী
চান্দা বিচাৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজৰ বাবে হানিকাৰক
শাৰদীয় দুৰ্গোৎসৱলৈ মাজত আৰু মাত্ৰ দুটা দিন বাকী৷ দুৰ্গা পূজাক লৈ মৃৎ শিল্পীসকলৰ লগতে...
बच्चों के अंदर छिपी प्रतिभा को निखारना ही बीएमपीएस का मुख्य उद्देश्य- सुनील सिंह
रायबरेली- लालगंज नगर की बहु प्रतिष्ठित शिक्षण संस्थान बक्शी मेमोरियल पब्लिक स्कूल लालगंज में...