মহানগৰীৰ পৰা পুনৰ অপহৰণ এজন ব্যক্তি। গণেশগুৰিৰ পৰা অপহৰণ হোৱাৰ সন্দেহ অৰুণাচলৰ সাংসদৰ ভাতৃ। অৰুণাচলৰ সাংসদ তাপিৰ গাওৰ ভাতৃ তাহং গাও সন্ধানহীন। বিয়লি ৩ বজাৰ পৰাই শুংসূত্ৰ নাই তাহং গাওৰ। গণেশগুৰিত এখন উৱেৰ বাহনত উঠাৰ পাছতে নাই তেঁওৰ কোনো সন্ধান। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল পৰিয়ালৰ। কিন্তু 

উৱেৰত উঠা বাহন খনৰ নম্বৰ এতিয়ালৈ উলিয়াব পৰা নাই আৰক্ষীয়ে।