ডিব্ৰুগড় জিলাৰ মৰাণৰ ঘুগুলনী বঙালী গাঁৱৰ পৰা এগৰাকী মহিলা নিজৰ ১২ বছৰীয়া কন্যাৰ সৈতে বিগত ৫ দিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘুগুলনী বঙালী গাঁৱৰ নিবাসী বাবা গগৈৰ পত্নী অঞ্জলি গগৈ (৩০) আৰু কন্যা জুৰি গগৈ (১২) যোৱা ২৬ আগষ্টৰ পৰা সন্ধানহীন হৈ থকাত দু:চিন্তাত পৰিছে পৰিয়ালৰ লোক ৷ মৰাণৰ বামুণবাৰীত পুৱা প্ৰায় ৯ বজাত বজাৰ কৰিবলৈ ওলাই যোৱাৰে পৰা সন্ধান নাই মাতৃ-কন্যাৰ ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ উপৰিও বিভিন্ন স্থানত খা-খৱৰ কৰিও কোনো সন্ধান নোপোৱাত উপায়হীন হৈ পৰিছে ৷ পৰিয়ালৰ লোকে মাতৃ-কন্যা দুয়ো কোনো দুষ্ট চক্ৰৰ হাতত পৰাৰ আশংকা ব্যক্ত কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Hemant Soren Arrested: हेमंत सोरेन की गिरफ्तार के बाद पत्नी Kalpana Soren ED कार्यालय पहुंचीं
Hemant Soren Arrested: हेमंत सोरेन की गिरफ्तार के बाद पत्नी Kalpana Soren ED कार्यालय पहुंचीं
प्रधानमंत्री श्री मोदी ने भारत को दिलाई नई पहचान- नरेंद्र सिंह तोमर
केंद्रीय कृषि एवं किसान कल्याण मंत्री नरेंद्र सिंह तोमर ने आज ग्वालियर में लघु उद्योग भारती...
Stomach Cancer का खतरा बढ़ा सकता है Excess Salt Intake, ये संकेत बताते हैं कि जरूरत ज्यादा नमक खा रहे हैं आप
नमक के बिना हमारा खाना अधूरा रहता है और खाने का कोई स्वाद नहीं लगता है। यह खाने का स्वाद बढ़ाने...
Bird Flu Humans के लिए कितनी बड़ी चिंता का विषय है? Duniya Jahan (BBC Hindi)
Bird Flu Humans के लिए कितनी बड़ी चिंता का विषय है? Duniya Jahan (BBC Hindi)