আজিৰ খবৰ, গুৱাহাটী, ২৯ জুলাই, ২০২২ : গুৱাহাটীৰ গণেশগুৰিস্থিত অসম খনিজ উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয় চৌহদত শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয় । এটি গছপুলি ৰোপণ কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে নিগমৰ উপাধ্যক্ষ অশোক কুমাৰ ভঁৰালীয়ে । এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত অশোক কুমাৰ ভঁৰালীয়ে পৰিবেশ সংৰক্ষণ আৰু সুৰক্ষাৰ লগতে জৈৱ বৈচিত্ৰ সংৰক্ষণ কেনেদৰে হ'ব পাৰি সেই বিষয়ে বক্তব্য আগবঢ়ায় । অনুষ্ঠানত নিগমৰ পৰিচালন সঞ্চালক এন আনন্দকে ধৰি বিষয়া - কৰ্মচাৰী সকল উপস্থিত থাকে । আনহাতে উপাধ্যক্ষ অশোক কুমাৰ ভঁৰালী আৰু পৰিচালন সঞ্চালক এন আনন্দৰ নেতৃত্বত বিষয়া - কৰ্মচাৰী সকলে কাৰ্যালয় চৌহদত ফলাহাৰীকে। ধৰি থলুৱা বিভিন্ন প্ৰজাতিৰ প্ৰায় ৮০ টা গছপুলি ৰোপণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NPP celebrates 10 years of existence in Meghalaya
NPP celebrates 10 years of existence in Meghalaya
Farmers Protest: Chandigarh में केंद्र के 3 मंत्रियों और आंदोलनकारी किसान नेताओं के बीच बैठक जारी
Farmers Protest: Chandigarh में केंद्र के 3 मंत्रियों और आंदोलनकारी किसान नेताओं के बीच बैठक जारी
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিধায়ক পদ্ম হাজৰিকাৰ ছেল্ফি ষ্টেণ্ডত ফটোচেচন
#স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিধায়ক পদ্ম হাজৰিকাৰ ছেল্ফি ষ্টেণ্ডত ফটোচেচন।
મોટી ખડોલ પોલીસ ચોકી હોમ બીટ 2 નું લોકાર્પણ | Estv | mahudha | Khedapolice | Home beat 2 | kheda
મોટી ખડોલ પોલીસ ચોકી હોમ બીટ 2 નું લોકાર્પણ | Estv | mahudha | Khedapolice | Home beat 2 | kheda