আজিৰ খবৰ, গুৱাহাটী, ১০ জুলাই, ২০২২ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন গুৰু হিচাপে ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ মধুশ্ৰী দাসক নিৰ্বাচন কৰা হয় । অলপতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অধ্যক্ষতাত বিজ্ঞান বিভাগৰ সমূহ মুৰব্বী অধ্যাপক অধ্যাপিকাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত অধ্যাপিকা মধুশ্ৰী দাসক এই গুৰুত্বপূৰ্ণ দ্বায়িত্ব অৰ্পণ কৰা হয় ।ভূগোল বিজ্ঞান বিভাগৰ প্ৰতিস্থাপন সময়ৰ পৰা বিজ্ঞান গুৰুৰ দ্বায়িত্ব লাভ কৰা এওঁ তৃতীয় গৰাকী অধ্যাপিকা । এসময়ত কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে কাম কৰা মধুশ্ৰী দাসে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ কামত নিয়োজীত থকাৰ উপৰিও দেশে বিদেশে বিভিন্ন গৱেষণাপত্ৰ প্ৰকাশ কৰি ভূয়সী প্ৰশংসা লাভ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान विधानसभा में उठी ‘Love Marriage’ को लेकर ये मांग, भजनलाल सरकार का आया जवाब
राजस्थान में प्रेम विवाह को लेकर विधायक पूसाराम गोदारा ने विधानसभा में कानून बनाए जाने की मांग...
गुजरात में बारिश-बाढ़ से अब तक 49 मौतें, हिमाचल में 119 सड़कें बंद; राजस्थान में 3 दिन भारी बारिश की चेतावनी
मौसम विभाग ने गुरुवार (5 सितंबर) को मध्य प्रदेश, राजस्थान, हरियाणा, उत्तर प्रदेश सहित 22 राज्यों...
কঞাঁ যুৱকসংঘৰ উদ্যোগত দহদিনীয়া নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠান
KAYAN || কঞাঁ যুৱকসংঘৰ উদ্যোগত দহদিনীয়া নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠান || @ASSAM PATRIKA &NE⁷
সদায়েই ৰাইজৰ মাজত এগৰাকী বিধায়ক
১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড• অমিয় কুমাৰ ভূঞাই শ্ৰেষ্ঠ বিহপুৰীয়া নিৰ্মানৰ...
GUJARAT NEWS PORBANDAR 24 09 2022
GUJARAT NEWS PORBANDAR 24 09 2022