মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। ঘটনা বিৱৰণি মতে আজি পুৱা ভাগত মৰিগাঁও-গেৰুৱা গড়কাপ্তানি পথৰ গেৰুৱা চাৰিআলী সমীবত সংঘটিত হৈ এই দুৰ্ঘটনাটো। এখন মালভৰ্তি ট্ৰেক্টৰে এখন বাইকত অহা স্বামী স্ত্ৰীক মহতিয়াই নিয়ে। বাইক আৰোহী দুই স্বামী-স্ত্ৰী চৰাইহাগী গাঁৱৰ পৰমানন্দ দেউৰি আৰু ইভা বৰদলৈ বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ সহযোগত গুৰুতৰ ভাৱে আহত ইভা বৰদলৈক উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
iQOO Pad2 Series की इस दिन होगी एंट्री, लॉन्च डेट से हट गया पर्दा
iQOO अपने ग्राहकों के लिए iQOO Pad2 Series लॉन्च करने जा रहा है। कंपनी इस सीरीज में दो नए टैबलेट...
ડીસામાં આજે ભારત વિકાસ પરિષદ દ્વારા સ્નેહમિલન કાર્યક્રમ યોજાયો હતો. #newsgujaratilive,
ડીસામાં આજે ભારત વિકાસ પરિષદ દ્વારા સ્નેહમિલન કાર્યક્રમ યોજાયો હતો. #newsgujaratilive,
પાલનપુરના બાદરપુરા ગામે ફૂડ વિભાગની કાર્યવાહી..
પાલનપુરના બાદરપુરા ગામે ફૂડ વિભાગની કાર્યવાહી..
शांताई अर्बनच्या वतीने स्त्री शक्ती सोहळा
काल बीड शहरातील शांताई अर्बन लि.च्या वतीने स्ञी शक्ती सन्मान सोहळ्याचे आयोजन करण्यात आले होते...