মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। ঘটনা বিৱৰণি মতে আজি পুৱা ভাগত মৰিগাঁও-গেৰুৱা গড়কাপ্তানি পথৰ গেৰুৱা চাৰিআলী সমীবত সংঘটিত হৈ এই দুৰ্ঘটনাটো। এখন মালভৰ্তি ট্ৰেক্টৰে এখন বাইকত অহা স্বামী স্ত্ৰীক মহতিয়াই নিয়ে। বাইক আৰোহী দুই স্বামী-স্ত্ৰী চৰাইহাগী গাঁৱৰ পৰমানন্দ দেউৰি আৰু ইভা বৰদলৈ বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ সহযোগত গুৰুতৰ ভাৱে আহত ইভা বৰদলৈক উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઇન્ટરેસ્ટિંગ સ્ટોરી સિને પ્રાઇમની વેબ સિરીઝ ‘એલ લગ ગયે’ના સ્ટારકાસ્ટ પહોંચ્યા અમદાવાદની મુલાકાતે
ઇન્ટરેસ્ટિંગ સ્ટોરી સિને પ્રાઇમની વેબ સિરીઝ ‘એલ લગ ગયે’ના સ્ટારકાસ્ટ પહોંચ્યા...
ડીસાના નવીન બસ સ્ટેન્ડ વિદેશી દારૂ સાથે રાજસ્થાન ઇસમને દબોચતી ઉત્તર પોલીસ....
તસ્વીર/અહેવાલ-:પ્રકાશ ગૌસ્વામી
બનાસકાંઠા જિલ્લાના મુખ્ય વેપારી મથક ડીસા શહેરમાં આવેલ નવા બસ...
🔸কমলপুৰ বিধানসভা সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ #News24update#Damegeroad#Nobridge
🔸কমলপুৰ বিধানসভা সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ #News24update#Damegeroad#Nobridge
শিৱসাগৰ জিলাত ভাৰত চৰকাৰৰ পাইলট প্ৰজেক্টৰ অধীনত যক্ষ্মা নিবাৰণৰ BCG ভেকচিন প্ৰদান কাৰ্য্যসূচীৰ উদ্বোধন জিলা আয়ুক্তৰ
শিৱসাগৰঃ শিৱসাগৰ জিলাত ভাৰত চৰকাৰৰ পাইলট প্ৰজেক্টৰ অধীনত যক্ষ্মা নিবাৰণৰ বাবে বিচিজি(BCG)...
જતા જતા હસાવવાની જગ્યાએ આપણી આંખો ખોલી ને ગયા.જો ખુલે તો 🙏 *રાજુ શ્રીવાસ્તવ* સત્ સત્ નમન🙏 sms news
જતા જતા હસાવવાની જગ્યાએ આપણી આંખો ખોલી ને ગયા.જો ખુલે તો 🙏 *રાજુ શ્રીવાસ્તવ* સત્ સત્ નમન🙏 sms news