পশ্চিম কাৰ্বি আংলংৰ খেৰণিত বজ্ৰপাত পৰি দুজনৰ ব্যক্তি কৰুণ মৃত্যু । মৃত্যু লোক দুজন ক্ৰমে খেৰণি চাৰিআলিৰ নিবাসী ৰতন যাদৱ (৪৮) আৰু বাগিচাডুবি গাঁওৰ মহেশ চৌহান (৫০) লগতে তিনিটাকৈ পহুধনৰ মৃত্যু হয়। উল্লেখযোগ্য যে আজি দিনৰ ভাগত বিজুলী দেৰেকণিৰে অহা বৰষুণৰ সময়ত দুজন লোকে পথাৰত এৰাল দি ৰখা গৰু লবলৈ গৈ মৃত্যু হয়