এক লাখ নিযুক্তিৰ লক্ষ্যৰে অহা ২২ চেপ্তেম্বৰত ১২ হেজাৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই৷খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত উক্ত নিযুক্তি পত্ৰ প্ৰদান কৰিব৷গৃহ,স্বাস্থ্য,শিক্ষা,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,লোক নিৰ্মাণ আদি বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব বুলি এটি প্ৰেছ বাৰ্ডা°ত প্ৰকাশ কৰিছে৷উল্লেখ্য যে চৰকাৰৰ ঘোষিত একলাখ নিযুক্তিৰ লক্ষ্যৰে যোৱা মে মাহত ৩০ হেজাৰ নিযুক্তি পত্ৰ বিতৰণৰ পিচত পূনৰ ১২ হেজাৰ নিযুক্তিৰে মুঠ ৪২ হেজাৰ নিযুক্তি পত্ৰ বিতৰণ কৰিলে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तळेगाव ढमढेरेत दुय्यम निबंधक कार्यालयात नागरिकांची आर्थिक लुट
तळेगाव ढमढेरेत दुय्यम निबंधक कार्यालयात नागरिकांची आर्थिक लुट
तळेगाव ढमढेरे, प्रतिनिधी:...
શ્રી વીર બાબલ ગ્રુપના સભ્યના જન્મદિવસ નિમિત્તે સેવાકીય કાર્યો યોજાયા
શ્રી વીર બાબલ ગ્રુપના સભ્યના જન્મદિવસ નિમિત્તે સેવાકીય કાર્યો યોજાયા
શ્રી વીર બાબલ ગ્રૂપના...
PORBANDAR પોરબંદરના સુભાષનગરમાં આધેડ ડૂબ્યો 04-11-2022
PORBANDAR પોરબંદરના સુભાષનગરમાં આધેડ ડૂબ્યો 04-11-2022
Live: घोडगंगा साखर कारखाना निवडणूक आणि मतमोजणी...
शिरुर: रावसाहेबदादा पवार घोडगंगा सहकारी साखर कारखाना निवडणूकीसाठी रविवारी (ता. ६) मतदान पार पडले....
કાંકરેજ :- કીર્તિસિંહ વાઘેલા એ શું કહ્યું...
કાંકરેજ કીર્તિસિંહ વાઘેલા એ શું કહ્યું...