চিচিবৰগাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্নঃ চিলাপথাৰৰ চিচিবৰগাঁও মহাবিদ্যালয়ত আজি ৩০ সংখ্যক নৱাগতা আদৰণি সভাখনি অনুষ্ঠিত হৈ যায়। পুৱা পৰিবেশ নিকাকৰণেৰে কায্যসূচী আৰম্ভ হোৱাৰ পাছতে অনানুষ্ঠানিক ন-পুৰনি ছাত্র-ছাত্ৰীৰ মিলন চৰা আৰম্ভ হয়। ইয়াৰ পাছতে ভাস্কৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা । ছাত্র-ছাত্ৰীৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাত ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দীপক শৰ্মা, মৰিধল কলেজৰ অধ্যক্ষ ড০ দিপেন শইকীয়া, পৰিচালনা সমিতিৰ সভাপতি যোগেন ভূঞা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক তপন শইকীয়াই গঠনমূলক বক্তব্য প্ৰদান কৰে। ইফালে গীত-মাত , নৃত্যৰে জীপাল হয় সমগ্ৰ পৰিবেশ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কাকপথাৰৰ শিক্ষা বিষয়া কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
কাকপথাৰৰ শিক্ষা বিষয়া কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
जम्मू-कश्मीर के बांदीपोरा में मुठभेड़ के दौरान सुरक्षा बलों ने एक आतंकी को किया ढेर, ऑपरेशन जारी
सेना के अधिकारियों ने बुधवार को कहा कि सुरक्षा बलों ने बांदीपोरा में चल रहे ऑपरेशन कैटसन में एक...
*અંબાજી ૧૦૮ ની ટીમ દ્વારા 1 K.M. ડુંગરાળ વિસ્તાર માં ચાલીને સફળ પ્રસુતિ કરાવી*
ગુજરાત સરકાર દ્વારા ૨૦૦૭ માં શરૂ થયેલી નિ:શુલ્ક સેવા એટલે ૧૦૮ કોઈપણ કટોકટી ની પળ હોય અને એકજ નંબર...
Golaghat Bike Accident Spot Death OneBreaking___##নিশা গোলাঘাটৰ ৰঙাজানৰ সমীপত সংঘটিত হল এক শোকাবহ পথ
Golaghat Bike Accident Spot Death One
Breaking___
##নিশা গোলাঘাটৰ ৰঙাজানৰ সমীপত...
"GMCH ত সংকটজনক অৱস্থাত ভৰ্তি সোণালী চৌধুৰীক": অভিজিত শৰ্মা
"GMCH ত সংকটজনক অৱস্থাত ভৰ্তি সোণালী চৌধুৰীক": অভিজিত শৰ্মা