চিচিবৰগাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্নঃ চিলাপথাৰৰ চিচিবৰগাঁও মহাবিদ্যালয়ত আজি ৩০ সংখ্যক নৱাগতা আদৰণি সভাখনি অনুষ্ঠিত হৈ যায়। পুৱা পৰিবেশ নিকাকৰণেৰে কায্যসূচী আৰম্ভ হোৱাৰ পাছতে অনানুষ্ঠানিক ন-পুৰনি ছাত্র-ছাত্ৰীৰ মিলন চৰা আৰম্ভ হয়। ইয়াৰ পাছতে ভাস্কৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা । ছাত্র-ছাত্ৰীৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাত ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দীপক শৰ্মা, মৰিধল কলেজৰ অধ্যক্ষ ড০ দিপেন শইকীয়া, পৰিচালনা সমিতিৰ সভাপতি যোগেন ভূঞা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক তপন শইকীয়াই গঠনমূলক বক্তব্য প্ৰদান কৰে। ইফালে গীত-মাত , নৃত্যৰে জীপাল হয় সমগ্ৰ পৰিবেশ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मैक्सिको में आया जोरदार भूकंप, 7.6 की तीव्रता का झटका, 1 व्यक्ति की हुई मौत
अमेरिका के मैक्सिको में भूकंप का तगड़ा झटका आया है. मैक्सिको के मध्य प्रशांत तट पर सोमवार को 7.6...
Sharad Pawar यांच्या घरी काय झाली निवडणुकांवर चर्चा?| Jayant Patil | NCP
Sharad Pawar यांच्या घरी काय झाली निवडणुकांवर चर्चा?| Jayant Patil | NCP
তিনিচুকীয়া জিলাৰ দিয়ামলি চাহ বাগিচা উচ্ছেদ কৰাৰ তীব্ৰ বিৰোধীতাঃ আছাৰ
তিনিচুকীয়া জিলাৰ দিয়ামলি চাহ বাগিচা উচ্ছেদ কৰাৰ তীব্ৰ বিৰোধীতাঃ আছাৰ