চিচিবৰগাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্নঃ চিলাপথাৰৰ চিচিবৰগাঁও মহাবিদ্যালয়ত আজি ৩০ সংখ্যক নৱাগতা আদৰণি সভাখনি অনুষ্ঠিত হৈ যায়। পুৱা পৰিবেশ নিকাকৰণেৰে কায্যসূচী আৰম্ভ হোৱাৰ পাছতে অনানুষ্ঠানিক ন-পুৰনি ছাত্র-ছাত্ৰীৰ মিলন চৰা আৰম্ভ হয়। ইয়াৰ পাছতে ভাস্কৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা । ছাত্র-ছাত্ৰীৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাত ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দীপক শৰ্মা, মৰিধল কলেজৰ অধ্যক্ষ ড০ দিপেন শইকীয়া, পৰিচালনা সমিতিৰ সভাপতি যোগেন ভূঞা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক তপন শইকীয়াই গঠনমূলক বক্তব্য প্ৰদান কৰে। ইফালে গীত-মাত , নৃত্যৰে জীপাল হয় সমগ্ৰ পৰিবেশ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा एसीबी की केशोरायपाटन में बड़ी कार्रवाई, डिस्कॉम के बुंदी में कार्यरत तकनीशियन एवं दलाल 15 हजार रुपए की रिश्वत लेते पकड़ा,कृषि भूमि पर विद्युत कनेक्शन की फाइल पास करवाने की एवज में मांगी थी रिश्वत
एसीबी ने शनिवार को बूंदी में कार्रवाई करते हुए विद्युत निगम के तकनीशियन-द्वितीय पवन कुमार गौतम...
সোণাৰি উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি দিলীপ গগৈ প্ৰয়াত
সোণাৰি উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি, জেষ্ট কংগ্ৰেছ নেতা দিলীপ গগৈ প্ৰয়াত।
સાવરકુંડલા ના ધજડી ગામની સીમ માં મહાકાય અજગર છડી આવતા વન પ્રકૃતિ ચેરિટેબલ ટ્રસ્ટ ના યુવાનો એ રેસ્ક્યુ કરી પકડી પાડી વનવિભાગ ને સોંપ્યો.
અમરેલી જિલ્લા ના સાવરકુંડલા તાલુકાના ધજડી ગામની સીમમા એક મહાકાય અજગર નીકળતા વન પ્રકૃતિ ચેરીટેબલ...
সোণাৰিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
সোণাৰিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
সাংসদ তপন কুমাৰ গগৈ , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ অংশগ্ৰহণ...
Supreme Court: जेल में ही रहेगा उमर खालिद, सुप्रीम कोर्ट में जमानत याचिका स्थगित; अब अगले साल होगी सुनवाई
नई दिल्ली। सुप्रीम कोर्ट ने JNU के पूर्व छात्र उमर खालिद की जमानत याचिका पर सुनवाई 10 जनवरी...