চিচিবৰগাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্নঃ চিলাপথাৰৰ চিচিবৰগাঁও মহাবিদ্যালয়ত আজি ৩০ সংখ্যক নৱাগতা আদৰণি সভাখনি অনুষ্ঠিত হৈ যায়। পুৱা পৰিবেশ নিকাকৰণেৰে কায্যসূচী আৰম্ভ হোৱাৰ পাছতে অনানুষ্ঠানিক ন-পুৰনি ছাত্র-ছাত্ৰীৰ মিলন চৰা আৰম্ভ হয়। ইয়াৰ পাছতে ভাস্কৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা । ছাত্র-ছাত্ৰীৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাত ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দীপক শৰ্মা, মৰিধল কলেজৰ অধ্যক্ষ ড০ দিপেন শইকীয়া, পৰিচালনা সমিতিৰ সভাপতি যোগেন ভূঞা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক তপন শইকীয়াই গঠনমূলক বক্তব্য প্ৰদান কৰে। ইফালে গীত-মাত , নৃত্যৰে জীপাল হয় সমগ্ৰ পৰিবেশ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনাই ডেকাই উদ্ধোধন কৰিলে My cleaners নামৰ লন্দ্রী প্ৰতিষ্ঠান
*শিৱসাগৰত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনাই ডেকাই উদ্ধোধন কৰিলে My cleaners নামৰ লন্দ্ৰী প্ৰতিষ্ঠান*...
उक्षीतीळ कातळशिल्पासह सभोवतालची ६६०.४० चौरस मीटर जागा संरक्षित; शासनाकडून घोषणा
रत्नागिरी :उक्षी येथील कातळशिल्प राज्य संरक्षित म्हणून घोषित करण्यात आले आहे. यापूर्वी बारसू...
ખાનગીશાળાઓના ફી મુદ્દે હાઇકોર્ટનું મહત્વનું ચુકાદો
હાઇકોર્ટ દ્રારા ફરીવાર ખાનગીશાળા ફી વસૂલવા અંગે મહત્વપૂર્ણ ચુકાદો આપ્યો છે હાઇકોર્ટ અવલોકનમાં...
ધારી-૯૪ બેઠક/કોંગ્રેસનુ કોકડુ ઉકેલાયુ ? સક્ષમ ઉમેદવાર ના નામનો પરદો ઉચકાશે
ધારી -94 એકજ વિકલ્પ છે નવયુવાન અને કોંગ્રેસ પક્ષના વફાદાર સૈનિક ગણાતા અને 108 જેવિ સેવા બજાવી...
31 दिसंबर के बाद नहीं कर पाएंगे UPI Payment, करवा ले ये काम वरना ट्रांजेक्शन सर्विस हो जाएगी बंद!
आज कल सभी उम्र के लोग और खासकर युवा कैश रखना बंद कर डिजिटल पेमेंट पर आश्रित हो चुके हैं। ज्यादातर...