বাঁহৰ চুঙাত পানী যোগান ধৰি সমাদৃত হোৱা কাজিৰঙাৰ চন্দন নাথলৈ ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ আমন্ত্ৰণ।সুখৰ খবৰ যে অহা ১১ চেপ্টেম্বৰ তাৰিখে ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ প্ৰযোজনাত ৰাজধানী চহৰ দিল্লীত অনুষ্ঠিত হব The International Record Festival -2022. এই অনুষ্ঠানত অভিনৱ উদ্ভাৱনৰ বাবে চন্দন নাথকো আমন্ত্ৰণ জনাইছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে।উল্লেখ্যে যে কাজিৰঙাৰ কহঁৰা নিবাসী চন্দন নাথে প্লাষ্টিকৰ বিকল্প হিচাপে বাঁহৰ চুঙাত পৰ্যটকক পানী যোগান ধৰি আহিছে। পেশাত জীপচী চালক চন্দন নাথৰ এই পদক্ষেপক ব্যাপক সহাৰি জনাই আহিছে দেশী-বিদেশী পৰ্যটকসকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ચોર્યાસીના વિધાનસભાના ઉમેદવારની પસંદગી હજુ બાકી
દિલ્હી કમલમમાં મોડી રાત સુધી મનોમંથન કર્યા પછી આજે ત્યાંથી જ પ્રેસ-કોન્ફરન્સ કરીને ગુજરાતના પહેલા...
Breaking News: सांसद Pappu Yadav ने मांगी Z सिक्योरिटी, गृह मंत्री अमित शाह को लिखी चिट्टी
Breaking News: सांसद Pappu Yadav ने मांगी Z सिक्योरिटी, गृह मंत्री अमित शाह को लिखी चिट्टी
দৃশ্যপট-শিৱসাগৰৰ উদ্যোগত "বিশ্ব ৰক্তদান দিৱস" উদ্যাপন
শিৱসাগৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো "দৃশ্যপট, শিৱসাগৰ'ৰ" উদ্যোগত "বিশ্ব ৰক্তদান দিৱস"...
Brokerage Report on BSE |Investec ने BSE में बढ़ाया अपना Target, Option Market Share में 3 गुना उछाल
Brokerage Report on BSE |Investec ने BSE में बढ़ाया अपना Target, Option Market Share में 3 गुना उछाल
বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত বন্তি প্ৰজ্জ্বলনেৰে পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভণি কৰে উপায়ুক্ত নবদ্বীপ পাঠকে
বঙাইগাঁও জিলাত আজি বন্তি প্ৰজ্জ্বলনেৰে পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে জিলা...