গুৱাহাটীত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ কাৰ্যালয় ভৱনৰ শিলান্যাস মন্ত্ৰী যোগেন মহনৰ

গুৱাহাটী মহানগৰীৰ বেলতলাৰ মৈদামগাঁৱত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ কাৰ্যালয় ভৱনৰ শিলান্যাস কৰে মন্ত্ৰ
 যোগেন মহনে।

অতি কম দিনৰ ভিতৰতে নিৰ্মাণ হৈ উঠিব এই ভৱনটো আৰু প্ৰাধিকৰণক এক স্থায়ী ঠিকনা প্ৰদান কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে।