সূদীৰ্ঘ ২১ বছৰৰ মূৰত ১২শ হেক্টৰ ভূমিত সেউজীকৰণ কৰাৰ উদ্দেশ্যে আজি বৃক্ষৰোপনৰে সেউজীকৰণৰ শুভাৰম্ভ কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।