১ ছেপ্টেম্বৰ ,২০২২-- কভিড ১৯ পৰিপ্ৰেক্ষিতত দুটা বৰ্ষ সম্পূৰ্ণ ৰূপে বন্ধ হৈ থকাৰ পাছত আন ভ্ৰাম্যমান থিয়েটাৰৰ দৰেই পূৰ্ণ উদ্যোমেৰে নাট্য প্ৰেমী ৰাইজৰ শুভাষীক বিচাৰি অসমৰ আগশাৰী ভ্ৰাম্যমাণ থিয়েটাৰ নট সূৰ্য থিয়েটাৰ ২২ -২৩ বৰ্ষ ৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে। এইবাৰৰ নটসূৰ্য মঞ্চত দেখিবলৈ পাব ক্ষীতিশ বৰাৰ নাট লকডাউন আৰু মা , লগতে পল্লব পৱনৰ ৰচনাৰে জোনাকৰ ধুমহা। বহুতো ন পুৰণি অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰা নাট্য দলটিয়ে 2 আগষ্ট ৰ পৰা মঞ্চত নাট মনস্থ কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कन्नड तालुक्यात ओला दुष्काळ जाहीर करावा माजी आमदार हर्षवर्धन जाधव
कन्नड तालुक्यात ओला दुष्काळ जाहीर करावा माजी आमदार हर्षवर्धन जाधव
নুমলীগড়ৰ বৰচাপৰিত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস ।এট দুটা নহয়, শতাধিক হাতীৰ বৃহৎ জাকক লৈ আতংকিত ৰাইজ ।
নুমলীগড়ৰ বৰচাপৰিত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস ।এট দুটা নহয়, শতাধিক হাতীৰ বৃহৎ জাকক লৈ আতংকিত...
Share Market Today | Final Trade में कहां दिखा एक्शन, कल कहां मिलेगा अच्छा मौका? | CNBC Awaaz
Share Market Today | Final Trade में कहां दिखा एक्शन, कल कहां मिलेगा अच्छा मौका? | CNBC Awaaz
બનાસકાંઠા વિજ્ઞાન મેળાનું ઉદ્ઘાટન@live24newsgujarat
બનાસકાંઠા વિજ્ઞાન મેળાનું ઉદ્ઘાટન@live24newsgujarat
કલ્યાણપુર પંથકમાં લાંબા વિરામબાદ વરસાદી માહોલ; વીજળી ના કડાકા ભડાકા સાથે વરસાદ શરૂ
કલ્યાણપુર પંથકમાં ભારે વિરામ બાદ વરસાદી માહોલ