গোলাঘাটত নৃশংস হত্যাকাণ্ড। প্ৰথমে হত্যা আৰু তাৰ পিছতেই চিনেমাৰ কাইদাৰে নিজৰ স্কুটিত উঠাই নি আধবাটত পেলাই থৈ যায় মৃতদেহ। গোলাঘাটৰ ১নং কৌৱানীত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড । কৌৱানী পাহাৰ লাইনৰ নিবাসী আৰবেল কেৰ্কেটা নামৰ এজনক লোকক মৰিয়াই মৰিয়াই অৱশেষত ডিঙি চেপি হত্যা কৰিলে নিজৰেই সতীৰ্থ গৌতম বিশ্বাস(বিকি) নামৰ লোকজনে । হত্যা কৰি নিজৰ স্কুটিত তুলি পেলাই থৈ যায় ডাকঘৰ চাৰি আলিৰ পৰা কৌৱানী সংযোগী পথত । স্থানীয় গাওঁৰক্ষী বাহিনীয়ে জানিব পাৰি বগীজান আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে । টকা পইচাৰ লেনদেনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ । হত্যাকাৰী গৌতম বিশ্বাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে বগীজান আৰক্ষীয়ে ।হত্যাকাণ্ডটোক লৈ সমগ্ৰ অঞ্চলটোত
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આરોગ્ય વિભાગ દ્વારા લોકોને કોરોના રસી આપવામાં આવી
આરોગ્ય વિભાગ દ્વારા લોકોને કોરોના રસી આપવામાં આવી
Mira Road Mohammad Ali Road में जो बुलडोज़र चला, उस पर वहां के लोगों का क्या कहना है? (BBC Hindi)
Mira Road Mohammad Ali Road में जो बुलडोज़र चला, उस पर वहां के लोगों का क्या कहना है? (BBC Hindi)
फिक्स्ड लाइन नंबर की कमी को दूर करने के लिए समाधान की तलाश कर रहा TRAI, उठा सकता है कड़े कदम
TRAI फिक्स्ड लाइन फोन नंबरों की कमी को दूर करने के लिए सरकार ने दो विकल्प पेश किए है। अप्रयुक्त...
বিগত প্ৰায় ৯টা বছৰৰ পাছত ১৫০ বছৰ গৰকা পশ্চিম তিতাবৰৰ ভগনীয়াগাঁও নামঘৰত ভাওনা প্ৰদৰ্শন
বিগত প্ৰায় ৯টা বছৰৰ পাছত ১৫০ বছৰ গৰকা পশ্চিম তিতাবৰৰ ভগনীয়া নামঘৰত ভাওনা প্ৰদৰ্শন ।। আপ্লুত ৰাইজ