লখিমপুৰ জিলাৰ অসম অৰুনাচল সীমান্তবৰ্তী শিমলুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বছাপুখুৰীত আজিৰে পৰা অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন নৃত্য ,গীত , নাট আৰু চিত্ৰাংকনৰ কৰ্মশালা ৷ বছাপুখুৰীৰ নটসূৰ্য নাট্যগোষ্ঠী শাখাৰ উদ্যোগত বছাপুখুৰী প্ৰাথমিক বিদ্যালয় গৃহত আজিৰে পৰা পোন্ধৰদিনীয়া এই কৰ্মশালা অনুষ্ঠিত হয় ৷ কৰ্মশালাখন শুভ উদ্ধোধন কৰে শিমলুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী শিখামনী বৰকটকীয়ে ৷ অঞ্চলটোৰ শোভেশ্বৰ ফুকন প্ৰমুখ্যে কেইবাজনো ব্যক্তিয়ে প্ৰদান কৰিব প্ৰশিক্ষণ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગામ ચલો અભિયાન અંતર્ગત કાર્યશાળા યોજાઈ
સાબરકાંઠા ભાજપ દ્વારા હિંમતનગરમાં ગામ ચલો અભિયાન અંતર્ગત કાર્યશાળા યોજાઇ
આગામી તા.10 અને 11...
Students of Nitya Bidyalaya of Dhakuakhana || Wall painting event on environment protection
ঢকুৱাখনাত ৰং তুলিকাৰে ৰাজপথ সেউজীয়া কৰা লক্ষ্য এদল কণমানি। || ঢকুৱাখনা নাট্য বিদ্যালয়ৰ বিশেষ...
ঢকুৱাখনাৰ এজন কিশোৰৰ কন্ঠই আপ্লুত কৰি তুলিব আপোনাক
ঢকুৱাখনাৰ এজন কিশোৰৰ কন্ঠই আপ্লুত কৰি তুলিব আপোনাক।
নৱম শ্ৰেণীত অধ্যয়নৰত ঢকুৱাখনাৰ সূতিমুখ গাওঁৰ...