লখিমপুৰ জিলাৰ অসম অৰুনাচল সীমান্তবৰ্তী শিমলুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বছাপুখুৰীত আজিৰে পৰা অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন নৃত্য ,গীত , নাট আৰু চিত্ৰাংকনৰ কৰ্মশালা ৷ বছাপুখুৰীৰ নটসূৰ্য নাট্যগোষ্ঠী শাখাৰ উদ্যোগত বছাপুখুৰী প্ৰাথমিক বিদ্যালয় গৃহত আজিৰে পৰা পোন্ধৰদিনীয়া এই কৰ্মশালা অনুষ্ঠিত হয় ৷ কৰ্মশালাখন শুভ উদ্ধোধন কৰে শিমলুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী শিখামনী বৰকটকীয়ে ৷ অঞ্চলটোৰ শোভেশ্বৰ ফুকন প্ৰমুখ্যে কেইবাজনো ব্যক্তিয়ে প্ৰদান কৰিব প্ৰশিক্ষণ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BGMI A4 Royale Pass हुआ लाइव, एक्सक्लूसिव रिवार्ड और थीम सहित जानें सभी की डिटेल
अगर आप बीजीएमआई खेलने के शौकीन हैं तो आपके लिए एक खुशखबरी है। हाल ही में BGMI A4 Royale Pass को...
খাৰুপেটীয়াত যুৱতী নিৰ্যাতন আৰু মাৰপিতৰ Video
খাৰুপেটীয়া ত ভূমি কেন্দ্ৰিত বিবাদ ক লৈ যুৱতী এজনী ক নিৰ্যাতন
খাৰুপেটীয়া ৰ পাঁচ নম্বৰ ৱাৰ্ড...
ચૂડાના મીણાપુર ગામના ગુમ થયેલા યુવાનનો કેનાલમાંથી મોબાઇલ મળ્યો: યુવાનની હજુ ભાળ નથી મળી
સુરેન્દ્રનગર જિલ્લાના ચુડા તાલુકાના મીણાપુર ગામના વિઠ્ઠલભાઈ ધોળકિયા તા.10-9 થી ગુમ થતા પરિવાર...
राहुल गांधी पर आपत्तिजनक टिप्पणी पर कांग्रेस कार्यकर्ताओं का प्रदर्शन, कलेक्ट्रेट का मुख्य गेट तोड़ा
बूंदी.राहुल गांधी पर की गई आपत्तिजनक टिप्पणी को लेकर देश और प्रदेश में कांग्रेस कार्यकर्ताओं के...
इस्तीफे के सवाल का पर किरोड़ीलाल मीणा ने संस्कृत में दिया जवाब ! , "मौनं स्वीकृति लक्षणम्".
राजस्थान के कैबिनेट मंत्री किरोड़ी लाल मीणा अपने इस्तीफे वाली बात पर बुरे फंस गए हैं. विपक्ष की...