মুখ্যমন্ত্ৰীয়ে ৰান্ধিলে মধ্যাহ্নভোজন ।। আজি যোৰহাটত মুকলি কৰিলে ৬৫সংখ্যক অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ ৰান্ধনীশাল ।। ৰান্ধনীশাল মুকলি কৰি এইদৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰান্ধিলে মধ্যাহ্নভোজন ।।
যোৰহাটৰ অক্ষয় পাত্ৰ ফাউণ্ডেচনত এইদৰে হাতত প্ৰকাণ্ড হেতা লৈ মধ্যাহ্ন ভোজন ৰান্ধিলে মুখ্যমন্ত্ৰীয়ে

