২০১৪ চনলৈ তেওঁ বিচাৰি পোৱা নাছিল উপাৰ্জনৰ ভাল পথ। সেই বছৰতে খাদী বোৰ্ডৰ পৰা আঢ়ৈ লাখ টকা ঋণ লাভ কৰে দিলীপ কুমাৰ শৰ্মাই। পকাদলিৰ নিজা বাসগৃহ সংলগ্ন কৃষিভূমিতে আৰম্ভ কৰে তিনিবিঘা পানীকালীৰ এটি পুখুৰী। লগে লগে পাৰত আৰম্ভ কৰে কল, নেমুটেঙা আৰু বিভিন্ন শাক-পাচলিৰ খেতি। ইয়াৰ পিছতে আৰ্থিক অৱস্থা কিছু সচ্ছল হোৱাত কৃষক গৰাকীয়ে আৰম্ভ কৰে আন এটি দুবিঘাৰ পুখুৰী। সেইটো বনৰীয়া মাছৰ বাবে। সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰ মাছ পুহিবলৈ আৰম্ভ কৰা কৃষক জনে বৰ্তমান পুহিছে এজাক থলুৱা ছাগলী, হাঁহ আৰু উন্নত প্ৰজাতিৰ এটি গাই। গাইজনীয়ে গাখীৰ দিয়ে ১৫ লিটাৰ পৰ্যন্ত। পুখুৰীটোৰ পাৰত বৰ্তমান আছে কেইবাজোপাও বহু মূল্যবান বগা চন্দনৰ গছ। সদ্যহতে কৃষকজনে বছৰি ডেৰ-দুই লাখ টকা উপাৰ্জন কৰে বুলি জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાટણની પી.પી.જી. એકસપેરીમેન્ટલ હાઇસ્કૂલમાં 36 મી નેશનલ રમતોત્સવ અંતર્ગત એકટીવેશન કાર્યક્ર્મ યોજાયો.
પાટણની પી.પી.જી. એકસપેરીમેન્ટલ હાઇસ્કૂલમાં 36 મી નેશનલ રમતોત્સવ અંતર્ગત એકટીવેશન કાર્યક્ર્મ...
Demat account खोलने पर लगते हैं ये Charges I Share market trading
Demat account खोलने पर लगते हैं ये Charges I Share market trading
Opposition is in a panic : Chugh, Group has no development agenda, it will soon collapse
BJP national general secretary Tarun Chugh today said that the so-called INDIA conclave is a fake...
ડીસાની યાવરપુરા દૂધ ઉત્પાદક સહકારી મંડળીમાં પશુપાલકોના રૂપિયા ચાઉં કરી જતાં ચકચાર
ડીસા તાલુકાના યાવરપુરા ગામે દૂધ ઉત્પાદક મંડળીમાં ઉચાપત થઈ હોવાની ઘટના સામે આવી છે. મંડળીના...
ભગવાન કે માણસની જાત એવા પ્રેમની શું કરવી વાત | Vinay Nayak | Divya Chaudhary | #shorts
ભગવાન કે માણસની જાત એવા પ્રેમની શું કરવી વાત | Vinay Nayak | Divya Chaudhary