অসম চৰকাৰৰ চাহ ও প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ ডিব্ৰুগড় জিলাৰ নৱ নিযুক্ত অধ্যক্ষ হিচাপে পুনৰ বাৰ দায়িত্ব লাভ কৰিছে সুশীল_তাছাই। চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে শ্ৰমিক বিষয়াগৰাকীয়ে পূৰ্ব দিনসমূহত কৰি অহাৰ উৎকৃষ্ট সেৱাৰ বাবেই পুনৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচন কৰা বুলি জানিব পৰা গৈছে।