ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ কঞাঁ ৰাজহচক্ৰৰ অন্তৰ্গত কঞাঁৰ আতাইকেইটা পথে বানত বিধস্ত হোৱাৰ পিচতো আজিলৈকে মেৰামতিৰ কোনো ব্যৱস্থা নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷উল্লেখ্য যে যিকেইটা পথৰে কঞাঁ ৰাজহচক্ৰ কাৰ্য্যালয়,কঞাঁ আৰক্ষী থানালৈ অহাযোৱা কৰিব লাগে সেইকেইটা পথৰ বিধস্ত ৰূপে সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীৰ অমনোযোগিতাৰ প্ৰকৃত ছবি প্ৰকাশ পায়৷আনহাতে উক্ত বিধস্ত পথৰে স্কুল কলেজৰ ছাত্ৰছাত্ৰী অহাযোৱা কৰাৰ উপৰিও ৰঙিয়া মহকুমা সদৰৰ লগত পশ্চিম বড়িগোগ মৌজাৰ একমাত্ৰ যোগাযোগৰ পথ উক্ত বানে বিধস্ত কৰা পথ কেইটা৷ৰাইজে অনতি পলমে পথ কেইটা মেৰামতি কৰাৰ দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાન માવાની હોલસેલની દુકામાં લાખોની મતાની ચોરી કરનાર 3 ઝડપાયા.
પાન માવાની હોલસેલની દુકામાં લાખોની મતાની ચોરી કરનાર 3 ઝડપાયા.
ધોરાજી : ૨૫થી વધુ સ્થાનો ઉપર હોલિકા દહનનો કાર્યક્રમ | SatyaNirbhay News Channel
ધોરાજી : ૨૫થી વધુ સ્થાનો ઉપર હોલિકા દહનનો કાર્યક્રમ | SatyaNirbhay News Channel
ফিলিপাইনছৰ সৈতে প্ৰতিৰক্ষা সম্পৰ্ক তীব্ৰতৰ কৰিব ভাৰতে
দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰখনে হাই-প্ৰফাইল ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰাৰ পিছত ভাৰত আৰু...
અમરેલી એપાર્ટમેન્ટ પરથી નીચે પટકતા મહિલાનું થયું મોત
અમરેલી એપાર્ટમેન્ટ પરથી નીચે પટકતા મહિલાનું થયું મોત