পাঞ্জাবাৰীৰ বিপনন বাণিজ্য ক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ অসম প্ৰথম ৰেপিড ৰেটিং দবা প্ৰতিযোগীতাত মায়ংক চক্ৰৱৰ্তীয়ে চেন্পিয়নৰ খিতাপ দখল কৰে । জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন মায়ংকে নিজৰ অপতিৰোধ্য ধাৰা অব্যাহত ৰাখি ৯ খেলৰ আটাইকেইখনতে জয় লাভ কৰি এই খিতাপ অৰ্জন কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১১২ গৰাকী চিনিয়ৰ , জুনিয়ৰ দবাৰুৱে অংশ গ্ৰহণ কৰা অসম ৰেপিড ৰেটিং প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চেম্বাৰ্চ অৱ কৰ্মাচৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে । সদৌ অসম দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখন পৰিচালনা কৰে ৰবিকান্ত তিৱাৰী আৰু অনন্ত গোস্বামীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bajaj-Triumph ने मिलकर बेचीं 50 हजार से ज्यादा 400 CC बाइक्स
ट्रायम्फ ने अमेरिका जापान जर्मनी यूके और ऑस्ट्रेलिया जैसे देशों सहित दुनिया भर में स्क्रैम्बलर...
देव प्रकाश मधुकर को 14 दिनों की न्यायिक हिरासत में भेजा गया।
हाथरस हादसे के गुनहगारों की धरपकड़ जारी है। उत्तर प्रदेश सरकार की तरफ से गठित न्यायिक आयोग की...
Breaking News: HC ने खारिज की Mahua Moitra की याचिका, 'महुआ को सरकारी बंगले में रहने का अधिकार नहीं'
Breaking News: HC ने खारिज की Mahua Moitra की याचिका, 'महुआ को सरकारी बंगले में रहने का अधिकार नहीं'
ધાનેરા ના થાવર ગામ થી બોગસ તબીબ ઝડપાયો
ધાનેરા તાલુકાના અનેક ગામોમાં જાણે બોગસ તબિબોનો રાફડો ફાટ્યો હોય તેમ બોગસ તબિબો ખુલ્લેઆમ લોકોના...