আজি দৰং জিলাৰ মঙ্গলদৈ সমষ্টিৰ ডাহী নগাঁওত জিলা কৃষি বিভাগৰ উদ্যোগত পশ্চিম মঙ্গলদৈ প্ৰগ্ৰেচিভ এফ.পি.চি ৰ সৌজন্যত প্ৰায় এক হেক্টৰ মাটিত কঠীয়াসিচা কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে মঙ্গলদৈ সমষ্টিৰ বিধায়ক বসন্ত কুমাৰ দাস, জিলা কৃষি বিষয়া জ্যোতিষ নাথ, কৃষি উন্নয়ন বিষয়া ভাশ্বতী শৰ্মা, জিলা সহকাৰী কৃষি বিষয়া মহচিন আলি, আৰু এফ পি চি ৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত এই কঠীয়া সিচা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গেলেকীত পিষ্টল সহ যুৱকক আটক ।
নাজিৰা সমষ্টিৰ গেলেকী শিঙীবিলত এটা পিষ্টল , বাইক সহ এজন যুৱকক আটক কৰে গেলেকী আৰক্ষীয়ে ।
બોટાદની રચનાં હોસ્પિટલમાં એક વ્યક્તિ નું મોત, આત્મહત્યા કર્યા હોવાનુ અનુમાન, મૃતદેહ પોસ્ટમોર્ટમ માટે
બોટાદની રચનાં હોસ્પિટલમાં એક વ્યક્તિ નું મોત, આત્મહત્યા કર્યા હોવાનુ અનુમાન, મૃતદેહ પોસ્ટમોર્ટમ માટે
नवगाव ता पैठण येथील सोसायटीच्या प्रचाराला महाविकास आघाडीचा शुभारंभ......
नवगाव ता पैठण येथील सोसायटीच्या प्रचाराला महाविकास आघाडीचा शुभारंभ......
সংবাদ জগতত ভুমুকি উদ্যোগপতি আদানীৰ
সংবাদ জগতত প্ৰৱেশ আদানীৰ । এন দি টিভিৰ ২৯.১৮% ক্ৰয় কৰিলে আদানীয়ে ।
উক্ত ২৯.১৮শতাংশ গৌতম আদানীৰ এ...
राजस्थान में नेतृत्व परिवर्तन: सीएम अशोक गहलोत के घर विधायकों की बैठक, किसे मिलेगी कमान?
राजस्थान की राजनीति के लिए आज बड़ा दिन हो सकता है. मुख्यमंत्री अशोक गहलोत के घर विधायकों की बैठक...