ভুৱা বাতৰিত ভুল নগৈ সতীৰ্থ আৰু ৰাইজক ধয্য নেহেৰুৱাবলৈ আহ্বান আলফা সভাপতি অৰবিন্দ ৰাজখোৱাৰ।

প্ৰয়াত আলফা নেতা জীৱন মৰাণৰ বাস গৃহত উপস্থিত হৈ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ মন্তব্য।