আজি মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ জন্মদিন৷আজি পূৱাৰে পৰা সাংসদ গৰাকীলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জন্মদিনৰ শুভেচ্ছা বাৰ্তা আহিছে৷অসমৰো বিভিন্ন প্ৰান্তৰ শুভকাংখীৰ শুভেচ্ছা বাণীৰে সামাজিক মাধ্যম ভৰি পৰিছে৷জন্মদিনৰ শুভক্ষণত সাংসদ গৰাকীৰ জন্ম গাওঁ নলবাৰী সমষ্টিৰ পূৰ্নকামদেৱ(মোমাইতোলা)ত গাওঁ বাসীয়ে শিৱমন্দিৰত শৰাই বন্তিৰে সাংসদ গৰাকীৰ আগত দিনবোৰ শুভ হোৱাৰ কামনা কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
৭৫ বছৰীয়া এখন জাতীয় পতাকা
সমগ্ৰ ভাৰতবৰ্ষই ৭৫ বছৰীয়া স্বাধীনতা দিৱস পালন কৰি থকাৰ সময়তে এইবাৰ ১৫ আগষ্টত উৰিব এখন ৭৫...
অসম সাহিত্য সভা ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিবেশনৰ বাবে ধলপুৰত প্ৰথম বৰঙনি সংগ্ৰহ
অসম সাহিত্য সভা ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিবেশন এইবাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অনুষ্ঠিত কৰা...
દિયોદર ખાતે યોજાશે રક્તદાન કેમ્પ..
બનાસકાંઠા જિલ્લાના દિયોદર તાલુકામા દર વર્ષે મહાશિવરાત્રીના રોજ દિયોદર મહાદેવ મંદિર ખાતે રાવણા...
Zee Entertainment 'Missing' Funds Case | SEBI की कड़ी नजर है Stock पर? क्या है पूरा मामला? | Business
Zee Entertainment 'Missing' Funds Case | SEBI की कड़ी नजर है Stock पर? क्या है पूरा मामला? | Business