আজি মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ জন্মদিন৷আজি পূৱাৰে পৰা সাংসদ গৰাকীলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জন্মদিনৰ শুভেচ্ছা বাৰ্তা আহিছে৷অসমৰো বিভিন্ন প্ৰান্তৰ শুভকাংখীৰ শুভেচ্ছা বাণীৰে সামাজিক মাধ্যম ভৰি পৰিছে৷জন্মদিনৰ শুভক্ষণত সাংসদ গৰাকীৰ জন্ম গাওঁ নলবাৰী সমষ্টিৰ পূৰ্নকামদেৱ(মোমাইতোলা)ত গাওঁ বাসীয়ে শিৱমন্দিৰত শৰাই বন্তিৰে সাংসদ গৰাকীৰ আগত দিনবোৰ শুভ হোৱাৰ কামনা কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુરમાં ટ્રેનની અડફેટે આવતાં મહીલાનું મોત
પાલનપુરમાં ટ્રેનની અડફેટે આવી જતા એક મહિલાનું મોત થયું છે. મૃતક મહિલા પાલનપુરના લક્ષ્મીપુરા...
Karnataka CM Swearing In Ceremony: सिद्धारमैया सीएम और शिवकुमार डिप्टी सीएम पद की आज लेंगे शपथ
नई दिल्ली, कर्नाटक विधानसभा चुनाव में स्पष्ट बहुमत मिलने के...
ইজিপ্তৰ কবৰস্থানত পোৱা ২৬০০ বছৰ পুৰণি এই বস্তুটো দেখি বিজ্ঞানীসকলো হতভম্ব হয়
প্ৰত্নতাত্ত্বিক আৱিষ্কাৰ কৰা বিজ্ঞানীসকল ব্যস্ত হৈ পৰিছে ইতিহাসৰ মূল খন্দাত। এই আৱিষ্কাৰসমূহৰ...
राजस्थान में BJP को कितनी सीटें मिलेंगी? एग्जिट पोल में किसकी चमकेगी किस्मत
राजस्थान में दो चरणों में 25 सीटों पर मतदान हो चुका हैं. आने वाले 3 दिनों बाद नतीजे जारी होंगे....
आराध्य भगवान श्री रंगनाथ ने गंगा दशमी पर किया नौका विहार
आराध्य भगवान श्री रंगनाथ ने गंगा दशमी पर किया नौका विहारबून्दी। बूंदी के आराध्य रंगनाथ मंदिर में...