Slug : Golaghat Fir

O/C নিশা গোলাঘাটৰ লবণঘাটত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ সুষমা বৰ্মণ নামৰ মহিলা গৰাকীৰ একেটা চৌহদতে থকা নিজা বাসগৃহৰ লগতে কেইবাটাও ভাড়াঘৰ আৰু দোকান ঘৰত জুইৰ সুত্ৰপাত হয় ৷ কেইবালাখ টকাৰ সম্পত্তি সম্পূৰ্ণ জাহ যায় বিধ্বংসী অগ্নিকাণ্ডত ৷ বিদু্ৎৰ চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ ৷ কিছু নিলগতে থকা নুমলীগড় শোধনাগাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যেই সকলো শেষ হৈ গৈছিল ৷ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বহু পলমকৈ অহাৰ অভিযোগ ৰাইজৰ