যোগ সংস্থাৰ তত্ত্বাৱধানত.শোনিতপুৰ জিলা যোগ সন্থাৰ উদ্যোগত তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰত অনুষ্ঠিত ২৫ সংখ্যক ৰাজ্যিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত দৰং জিলাৰ দলটিয়ে সফলতাৰ ধাৰা অব্যাহত ৰাখিছে ৷ প্ৰতিযোগিতাত লৰা-ছোৱালী উভয়েৰে ছাব-জুনিয়ৰ আৰু জুনিয়ৰ শাখাত যোগাসন, আৰ্টিষ্টিক, ৰিথমিক, ফ্ৰী-ফ্ল' যোগা ডান্স , টেডিশ্যনেল যোগা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । দৰং জিলা যোগ সন্থাৰ সম্পাদক ভাৰ্গব কলিতা আৰু সুমন ৰাজৱংশীৰ নেতৃত্বত যোৱা দৰং জিলাৰ দলটিয়ে তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ দৰঙৰ দলটিয়ে এটা সোণ, তিনিটা ৰূপ আৰু ১৩টা বঞ্জ মেডেল পাবলৈ সক্ষম হয় ৷ দৰং জিলাৰ হৈ প্ৰতিনিধিত্ব আগবঢ়োৱা প্ৰতিশ্ৰুতি যোগ আৰু নৃত্য প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰতিযোগীসকলে দেখুওৱা সফলতাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰটিৰ প্ৰশিক্ষক তথা অভিভাৱক সকলে সন্তোষ প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सेना को 156 प्रचंड हेलीकाप्टर मिलने का रास्ता साफ | Indian Air Force | Tejas Fighter Jet | Aaj Tak
सेना को 156 प्रचंड हेलीकाप्टर मिलने का रास्ता साफ | Indian Air Force | Tejas Fighter Jet | Aaj Tak
ડીસા માં નકલી ઘી ની ફેક્ટરી માં દરોડા પડ્યા..
ડીસા માં નકલી ઘી ની ફેક્ટરી માં દરોડા પડ્યા..
বেলাৰুছৰ এলেচ বিয়ালিয়াটস্কিলৈ শান্তিৰ নবেল বঁটা
২০২২ বৰ্ষৰ শান্তিৰ নবেল বঁটা ঘোষণা কৰা হৈছে। এইবাৰৰ শান্তিৰ নবেল বঁটা লাভ কৰে বেলাৰুছৰ এলেচ...
Anju Pakistan: Seema Haider पर उलझा रहा भारत, उधर अंजू पाकिस्तान पहुंच गई | Anju Case Updates
Anju Pakistan: Seema Haider पर उलझा रहा भारत, उधर अंजू पाकिस्तान पहुंच गई | Anju Case Updates