যোগ সংস্থাৰ তত্ত্বাৱধানত.শোনিতপুৰ জিলা যোগ সন্থাৰ উদ্যোগত তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰত অনুষ্ঠিত ২৫ সংখ্যক ৰাজ্যিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত দৰং জিলাৰ দলটিয়ে সফলতাৰ ধাৰা অব্যাহত ৰাখিছে ৷ প্ৰতিযোগিতাত লৰা-ছোৱালী উভয়েৰে ছাব-জুনিয়ৰ আৰু জুনিয়ৰ শাখাত যোগাসন, আৰ্টিষ্টিক, ৰিথমিক, ফ্ৰী-ফ্ল' যোগা ডান্স , টেডিশ্যনেল যোগা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । দৰং জিলা যোগ সন্থাৰ সম্পাদক ভাৰ্গব কলিতা আৰু সুমন ৰাজৱংশীৰ নেতৃত্বত যোৱা দৰং জিলাৰ দলটিয়ে তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ দৰঙৰ দলটিয়ে এটা সোণ, তিনিটা ৰূপ আৰু ১৩টা বঞ্জ মেডেল পাবলৈ সক্ষম হয় ৷ দৰং জিলাৰ হৈ প্ৰতিনিধিত্ব আগবঢ়োৱা প্ৰতিশ্ৰুতি যোগ আৰু নৃত্য প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰতিযোগীসকলে দেখুওৱা সফলতাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰটিৰ প্ৰশিক্ষক তথা অভিভাৱক সকলে সন্তোষ প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सोशल मीडिया पर युवाओं को हथियारों का करता था प्रदर्शन , युवाओं पर प्रभाव जमाने के लिए, पुलिस ने छुरा सहित पकड़ा, कराई परेड
सोशल मीडिया पर करता था हथियारों का प्रदर्शन , पुलिस ने पकड़ा छुरा बरामद किया गिरफ्तार
इटावा
इटावा...
সদ্য ঘোষিত NEET 2022 পৰীক্ষাত সাফল্য নলবাৰীৰ কুন্তল কলিতাৰ
সদ্য ঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰবেশ পৰীক্ষা(NEET 2022)ত সাফল্যতা লাভ কৰি নলবাৰীলৈ গৌৰৱ...
Agniveer aspirants express their difficulties and challenges in hilly terrain like Shillong
Agniveer rally for Indian Army under the Agnipath scheme which is being held at Manekshaw...
হৰ ঘৰ ত্ৰিৰংগা উত্তোলনৰ উদ্দেশ্যে সোণাৰিৰ টাওকাক পঞ্চায়ততো গাওঁসভা সম্পন্ন
"হৰ ঘৰ ত্ৰিৰংগা" উত্তোলন সন্দৰ্ভত পঞ্চায়তে পঞ্চায়তে আজি অনুষ্ঠিত কৰা হৈছে বিশেষ গাঁও সভা ।...
પ્રદિપ કોટડીયા જુથ ધારી-૯૪ વિધાનસભા માં કોંગ્રેસ પાર્ટીના ઉમેદવાર માટે નિસ્ક્રીય ? ધારીમાં ખાનગી મિટિંગ શુ રંધાઈ રહેલ છે ??
કોંગ્રેસના પીઠ આગેવાન, જીલ્લા પંચાયત ના માજી સદસ્ય , સ્વ. મનુભાઈ કોટડીયા ના કૌટુંબિક, પાટીદાર...