সংবাদদাতা, চাংসাৰি: উত্তৰ গুৱাহাটী লেঙাত সাংবাদিকক গুলিয়াই মৰাৰ ভাবুকিৰ আহি পৰিছে অভিযোগ। সামাজিক ভাবে এঘৰীয়া কৰা পৰিয়ালৰ বাতৰি পৰিবেশনৰ পিছত সাংবাদিকৰ ওপৰত খৰ্গহস্ত লেঙাৰ তিনি মাতব্বৰ। লেঙাৰ ভুতুৰাম দাস নামৰ লোকজনৰ কন্যা অইন ধৰ্মাৱলম্বী লোকলৈ যোৱাৰ বাবে, বাৰ বছৰধৰি এঘৰীয়া কৰিছিল একাংশ লোকে। লেঙাৰ তিনি মাতব্বৰ পৰিয়ালে দুৰ্ভগীয়া পৰিয়ালটিক সামাজিক ভাবে এঘৰীয়া কৰি জুৰ জুলম কৰাৰ অভিযোগ আনিছিল পৰিয়ালটিয়ে । ইয়াৰ পিছত দুৰ্ভগীয়া পৰিয়ালটিৰ দুৰ্দশাৰ বাতৰি পৰিবেশন কৰিছিল সংবাদ মাধ্যমে। বাতৰি পৰিবেশনৰ পিছতে লেঙাৰ শুক্ৰ দাসৰ পৰিয়ালে ভুতুৰাম দাসৰ ঘৰলৈ গৈ পৰিয়ালটিক দুৰ্বেব্যহাৰ কৰাৰ উঠিছে অভিযোগ। কেবল ইমানেই নহয়, শুক্ৰ দাসৰ কন্যাই হেনো বাতৰি সংগ্ৰহ কৰা সাংবাদিকক গুলিয়াই মৰাৰো কৰিছে ভাবুকি প্ৰদান। লেঙাৰ অনুষ্ঠান প্ৰতিষ্ঠানত বাহুবলী হাতোৰাৰে লুণ্ঠণৰাজ চলাই অহাৰ অভিযোগ থকা শুক্ৰ দাসৰ এই উদ্ভাণ্ডলিত শংকিত এতিয়া উত্তৰ গুৱাহাটীৰ সাংবাদিক একাংশ। যাৰবাবে আইন কানুনক কেৰেপ নকৰা লেঙাৰ শুক্ৰ দাসৰ পৰিয়ালৰ ওপৰত প্ৰশাসনৰ হস্তক্ষেপ বিছাৰিছে শংকিত হৈ পৰা সাংবাদিক সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सोलतपूरा विद्यालय मे स्थित खुला कुआ दे रहा दुर्घटना को निमंत्रण,सो रहा प्रशासन.
उनियारा.उपखण्ड की मण्वडावरा ग्राम पंचायत के सोलतपूरा विद्यालय परिसर मे स्थित कुआ दुर्घटना को...
ડીસાના રાણપુર, ભડથ રોડ પર ચાલતા ડમ્પરો પર પ્રતિબંધ, #gujaratrainnewstodayingujarati
ડીસાના રાણપુર, ભડથ રોડ પર ચાલતા ડમ્પરો પર પ્રતિબંધ, #gujaratrainnewstodayingujarati
টেঙাপুখুৰীত অমৰজ্যোতি সংঘৰ উদ্যোগত ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস আয়োজন
নাজিৰা সমষ্টিৰ টেঙাপুখুৰীত অমৰজ্যোতি সংঘৰ উদ্যোগত ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস আয়োজন । পুৱাই...
16GB रैम और 100W फास्ट चार्जिंग वाली Honor की नई सीरीज आज होगी लॉन्च, शानदार फीचर्स के साथ आएंगे स्मार्टफोन
जानी मानी स्मार्टफोन कंपनी अपने कस्टमर्स के लिए एक नई सीरीज को लॉन्च करने की तैयारी में हैं। हम...