সংবাদদাতা, চাংসাৰি: উত্তৰ গুৱাহাটী লেঙাত সাংবাদিকক গুলিয়াই মৰাৰ ভাবুকিৰ আহি পৰিছে অভিযোগ। সামাজিক ভাবে এঘৰীয়া কৰা পৰিয়ালৰ বাতৰি পৰিবেশনৰ পিছত সাংবাদিকৰ ওপৰত খৰ্গহস্ত লেঙাৰ তিনি মাতব্বৰ। লেঙাৰ ভুতুৰাম দাস নামৰ লোকজনৰ কন্যা অইন ধৰ্মাৱলম্বী লোকলৈ যোৱাৰ বাবে, বাৰ বছৰধৰি এঘৰীয়া কৰিছিল একাংশ লোকে। লেঙাৰ তিনি মাতব্বৰ পৰিয়ালে দুৰ্ভগীয়া পৰিয়ালটিক সামাজিক ভাবে এঘৰীয়া কৰি জুৰ জুলম কৰাৰ অভিযোগ আনিছিল পৰিয়ালটিয়ে । ইয়াৰ পিছত দুৰ্ভগীয়া পৰিয়ালটিৰ দুৰ্দশাৰ বাতৰি পৰিবেশন কৰিছিল সংবাদ মাধ্যমে। বাতৰি পৰিবেশনৰ পিছতে লেঙাৰ শুক্ৰ দাসৰ পৰিয়ালে ভুতুৰাম দাসৰ ঘৰলৈ গৈ পৰিয়ালটিক দুৰ্বেব্যহাৰ কৰাৰ উঠিছে অভিযোগ। কেবল ইমানেই নহয়, শুক্ৰ দাসৰ কন্যাই হেনো বাতৰি সংগ্ৰহ কৰা সাংবাদিকক গুলিয়াই মৰাৰো কৰিছে ভাবুকি প্ৰদান। লেঙাৰ অনুষ্ঠান প্ৰতিষ্ঠানত বাহুবলী হাতোৰাৰে লুণ্ঠণৰাজ চলাই অহাৰ অভিযোগ থকা শুক্ৰ দাসৰ এই উদ্ভাণ্ডলিত শংকিত এতিয়া উত্তৰ গুৱাহাটীৰ সাংবাদিক একাংশ। যাৰবাবে আইন কানুনক কেৰেপ নকৰা লেঙাৰ শুক্ৰ দাসৰ পৰিয়ালৰ ওপৰত প্ৰশাসনৰ হস্তক্ষেপ বিছাৰিছে শংকিত হৈ পৰা সাংবাদিক সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jammu Kashmir के युवाओं ने Terrorism से निपटने के लिए Village Defence Guard शुरू करने की मांग की
Jammu Kashmir के युवाओं ने Terrorism से निपटने के लिए Village Defence Guard शुरू करने की मांग की
Russia Ukraine War: यूक्रेन का पलटवार, रूस से छीने आठ गांव; राष्ट्रपति जेलेंस्की ने सफलता पर जाहिर की खुशी
यूक्रेन ने दो हफ्ते से जारी अपने पलटवार में आठ गांवों को रूसी कब्जे से छुड़ा लेने का दावा किया...
પાલનપુરમાં હાજર થવા આવેલા યુવક-યુવતી ઉપર હુમલાનો પ્રયાસ કરતાં ચકચાર
બનાસકાંઠા જિલ્લાની એક પરિણીતા મૈત્રી કરાર કરી અન્ય યુવક સાથે રહેતી હતી. જેને પરત લાવવા તેણીના...
औंढा नागनाथ-वसमत हा रोड बंद...
औंढा नागनाथ वसमत हा रोड बंद...
सततधार पावसामुळे चोंडी शहापूर या गावानजीक औंढा वसमत रोडवरील...
आम आदमी पार्टीच्या जिंतूर 'युवक तालुकाध्यक्ष' पदी श्री. आदित्य पांचाळ यांची नियुक्ती.
जिंतूर. दि. 17 सप्टेंबर 2022 रोजी आम आदमी पार्टी परभणीचे युवक जिल्हाध्यक्ष अॅड. सुनिल...