সংবাদদাতা, টংলাঃ ওদালগুৰি জিলাৰ ডিমাকুছিৰ বৰঙাজুলি শান্তিপুৰ শিৱ মন্দিৰত আজিৰে পৰা সৰ্বজনীন গণেশ চতুৰ্থী মহোৎসৱ। তিনিদিনীয়াকৈ বৰঙাজুলি শান্তিপুৰ শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হব লগা গণেশ চতুৰ্থী মহোৎসৱ উদ্যাপন সমিতিৰ সম্পাদক বিনোদ ছেত্ৰী আৰু শিৱ মন্দিৰ সমিতিৰ সম্পাদক বৃটেন দাস সোণোৱালে জনোৱামতে প্ৰথম দিনা পুৱা গণেশ মূৰ্ত্তি স্থাপনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে আৰতি, নাম কীৰ্তন অনুষ্ঠিত হ’ৱ। ১ ছেপ্টেম্বৰৰ ১১ বজাত অনুষ্ঠিত হ’ৱ মুকলি ধৰ্মালোচনী সভা। উক্ত সভাত বিশ্ব হিন্দু পৰিষদৰ ওদালগুৰি জিলাৰ সম্পাদক নৃপেন শৰ্মাই মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে আৰ এছ এছৰ প্ৰচাৰক পংকজ কলিতা আৰু মহামণ্ডেলেশ্বৰ কেশৱ দাসজী মহাৰাজে আলোচক হিচাপে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુરના બાદરગઢમાં પંચાયતે જ ગૌચરમાં તળાવ ખોદી નાખતાં ફરિયાદ નોંધાઇ
પાલનપુર તાલુકાના બાદરગઢમાં પંચાયતે જ ગૌચની જમીનમાં તળાવ ખોદી કાઢી ગામની ગટરલાઇનનું પ્રદૂષિત વેસ્ટ...
डकैती व मर्डर केस में घिर गई भजनलाल सरकार, गहलोत व पायलट ने कह डाला ये..
प्रदेश में कानून व्यवस्था को लेकर सवाल खड़े हो गए है। भिवाड़ी में डकैती व मर्डर के बाद भजनलाल...
જિલ્લાની 9 વિધાનસભા બેઠકો નું 71.40 ટકા મતદાન નોંધાયું
જિલ્લાની 9 વિધાનસભા બેઠકો નું 71.40 ટકા મતદાન નોંધાયું