সংবাদদাতা, টংলাঃ ওদালগুৰি জিলাৰ ডিমাকুছিৰ বৰঙাজুলি শান্তিপুৰ শিৱ মন্দিৰত আজিৰে পৰা সৰ্বজনীন গণেশ চতুৰ্থী মহোৎসৱ। তিনিদিনীয়াকৈ বৰঙাজুলি শান্তিপুৰ শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হব লগা গণেশ চতুৰ্থী মহোৎসৱ উদ্যাপন সমিতিৰ সম্পাদক বিনোদ ছেত্ৰী আৰু শিৱ মন্দিৰ সমিতিৰ সম্পাদক বৃটেন দাস সোণোৱালে জনোৱামতে প্ৰথম দিনা পুৱা গণেশ মূৰ্ত্তি স্থাপনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে আৰতি, নাম কীৰ্তন অনুষ্ঠিত হ’ৱ। ১ ছেপ্টেম্বৰৰ ১১ বজাত অনুষ্ঠিত হ’ৱ মুকলি ধৰ্মালোচনী সভা। উক্ত সভাত বিশ্ব হিন্দু পৰিষদৰ ওদালগুৰি জিলাৰ সম্পাদক নৃপেন শৰ্মাই মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে আৰ এছ এছৰ প্ৰচাৰক পংকজ কলিতা আৰু মহামণ্ডেলেশ্বৰ কেশৱ দাসজী মহাৰাজে আলোচক হিচাপে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উত্তৰ গুৱাহাটী লেঙাত সাংবাদিকক গুলিয়াই মৰাৰ ভাবুকি মহিলাৰ
সংবাদদাতা, চাংসাৰি: উত্তৰ গুৱাহাটী লেঙাত সাংবাদিকক গুলিয়াই মৰাৰ ভাবুকিৰ আহি পৰিছে অভিযোগ। সামাজিক...
राजस्व प्रकरणों को प्राथमिकता से निस्तारित करें - जिला कलक्टर, जन सुनवाई एवं संपर्क पोर्टल प्रकरणों की समीक्षा, आमजन को राहत पहुंचाने के निर्देश
अवैध खनन के खिलाफ नियमित रूप से प्रभावी कार्यवाही करें
बाड़मेर, 25 अक्टूबर। लंबित राजस्व...
દેવગઢબારિયા તાલુકાના બામરોલી ગામના જંગલમાંથી એક હત્યા કરેલી યુવતી ની લાશ મળી આવી
દેવગઢબારિયા તાલુકાના બામરોલી ગામના જંગલમાંથી એક હત્યા કરેલી યુવતી ની લાશ મળી આવી
বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ টিহুৰ বামুনবড়ী প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী
Tihu, Hirak Jayanti
টিহু মহকুমাৰ অন্তৰ্গত ভাল্লা চ’কত অৱস্থিত ঐতিহ্যমণ্ডিত ১০৯৫...