সংবাদদাতা, টংলাঃ যি সকল শিক্ষক বা সমাজ সেৱকে নৱ প্ৰজন্মৰ কাৰণে যি অৰিহণা আগবঢ়াই আহিছে সেই সকল ব্যক্তিক তেওঁলোকৰ জীৱন পৰিক্ৰমাৰ ভিত্তিত মহাশয় প্ৰকাশন পৰিষদ অসমমে বিভিন্ন সময়ত বঁটা প্ৰদান কৰি আহিছে। সেই সূত্ৰে এইবাৰ বঁটা লাভ কৰে অসমৰ বিভিন্ন ঠাইৰ বিশেষ ব্যক্তি সকলে। এই বেলি ওদালগুৰি জিলাৰ সমাজ কৰ্মী তথা শিক্ষক সফল অভিভাৱকক মহাশয় প্ৰকাশন পৰিসদ অসম আৰু সাহিত্য সাংস্কৃতিক সেৱা মঞ্চই হৰেশ্বৰ কলিতাক সুগন্ধি কবি হীৰেন ভট্টাচাৰ্য আৰু অসম গৌৰৱ সন্মান বঁটা, অৰ্পণা হাজৰিকা শইকীয়াক ডঃ মামণি ৰয়ছম গোস্বামী স্মৃতি সাহিত্য সুৰভি বঁটা আৰু অসম গৌৰৱ সন্মান বঁটা, সুগন্ধি কবি হীৰেন ভট্টাচাৰ্য বঁটা আৰু দুৰ্গাধৰ কুমাৰক সাহিত্য সাংস্কৃতি সমাজৰ বাবে কৃতি লাভ কৰাত ডঃ ভূপেন হাজৰিকা স্মৃতিৰ শিল্পী সুৰভি বঁটা ঘোষণা কৰে। উক্ত বঁটা সমূহ অহা ১০ছেপ্টেম্বৰত নগাঁৱত অনুষ্ঠিত হব লগা ৰাজহুৱা সভাত বঁটা প্ৰদান কৰা হব বুলি মহাশয় প্ৰকাশন পৰিষদ অসমৰ সম্পাদক মৃদুল শইকীয়াই জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ರಾಜ್ಯದಲ್ಲಿ ವರ್ಗಾವಣೆ ದಂಧೆ ನಡೆಯುತ್ತಿದೆ - ಮಾಜಿ ಸಿಎಂ ಹೆಚ್. ಡಿ. ಕುಮಾರಸ್ವಾಮಿ ಗಂಭೀರ ಆರೋಪ
"ಕಾಂಗ್ರೆಸ್ ಪಕ್ಷದ ನಾಯಕರು ಲಂಚ ತೆಗೆದುಕೊಳ್ಳುವುದಿಲ್ಲ ಅಂತಾರೆ, ಆದರೆ ವರ್ಗಾವಣೆ ದಂಧೆಯಲ್ಲಿ ತೊಡಗಿದ್ದಾರೆ" ಎಂದು...
মৰাণত গান্ধী জয়ন্তী উদযাপনৰ লগতে স্বচ্ছতা অভিযান।
মৰাণত গান্ধী জয়ন্তী উদযাপনৰ লগতে স্বচ্ছতা অভিযান।
আজি ২ অক্টোবৰ, গান্ধী জয়ন্তী উপলক্ষে মৰাণৰ...
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ সম্পন্ন
অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩২ সংখ্যাক মৃত্যু বাৰ্ষিকী আজি বৃহত্তৰ...
કોડીનાર નજીક થી વિદેશી દારૂ ભરેલ ટ્રક ઝડપી પાડતી ગીર સોમનાથ ક્રાઇમ બ્રાન્ચ, 5 27 લાખ નાં દારૂ સાથે 2
કોડીનાર નજીક થી વિદેશી દારૂ ભરેલ ટ્રક ઝડપી પાડતી ગીર સોમનાથ ક્રાઇમ બ્રાન્ચ, 5 27 લાખ નાં દારૂ સાથે 2
अहमदाबाद मंडल पर स्वचालित टिकट वेंडिंग मशीन (एटीवीएम) अनारक्षित टिकट बेचने के लिए समन्वयक (फेसिलिटेटर) के चयन हेतु आवेदन की मांग
अहमदाबाद मंडल के अहमदाबाद, मणिनगर, साबरमती, कलोल, महेसाणा, पाटन, पालनपुर, गांधीधाम एवं भुज...