সংবাদদাতা, টংলাঃ যি সকল শিক্ষক বা সমাজ সেৱকে নৱ প্ৰজন্মৰ কাৰণে যি অৰিহণা আগবঢ়াই আহিছে সেই সকল ব্যক্তিক তেওঁলোকৰ জীৱন পৰিক্ৰমাৰ ভিত্তিত মহাশয় প্ৰকাশন পৰিষদ অসমমে বিভিন্ন সময়ত বঁটা প্ৰদান কৰি আহিছে। সেই সূত্ৰে এইবাৰ বঁটা লাভ কৰে অসমৰ বিভিন্ন ঠাইৰ বিশেষ ব্যক্তি সকলে। এই বেলি ওদালগুৰি জিলাৰ সমাজ কৰ্মী তথা শিক্ষক সফল অভিভাৱকক মহাশয় প্ৰকাশন পৰিসদ অসম আৰু সাহিত্য সাংস্কৃতিক সেৱা মঞ্চই হৰেশ্বৰ কলিতাক সুগন্ধি কবি হীৰেন ভট্টাচাৰ্য আৰু অসম গৌৰৱ সন্মান বঁটা, অৰ্পণা হাজৰিকা শইকীয়াক ডঃ মামণি ৰয়ছম গোস্বামী স্মৃতি সাহিত্য সুৰভি বঁটা আৰু অসম গৌৰৱ সন্মান বঁটা, সুগন্ধি কবি হীৰেন ভট্টাচাৰ্য বঁটা আৰু দুৰ্গাধৰ কুমাৰক সাহিত্য সাংস্কৃতি সমাজৰ বাবে কৃতি লাভ কৰাত ডঃ ভূপেন হাজৰিকা স্মৃতিৰ শিল্পী সুৰভি বঁটা ঘোষণা কৰে। উক্ত বঁটা সমূহ অহা ১০ছেপ্টেম্বৰত নগাঁৱত অনুষ্ঠিত হব লগা ৰাজহুৱা সভাত বঁটা প্ৰদান কৰা হব বুলি মহাশয় প্ৰকাশন পৰিষদ অসমৰ সম্পাদক মৃদুল শইকীয়াই জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
US Market Tension LIVE Check | अमेरिकी बाजार में ये किस बात की चिंता ? आज के लिए क्यों ये संकेत?
US Market Tension LIVE Check | अमेरिकी बाजार में ये किस बात की चिंता ? आज के लिए क्यों ये संकेत?
ENG के खिलाफ मुकाबले से पहले Australia को WC में बड़ा झटका, ये खिलाड़ी मुकाबले से बाहर | Sports LIVE
ENG के खिलाफ मुकाबले से पहले Australia को WC में बड़ा झटका, ये खिलाड़ी मुकाबले से बाहर | Sports LIVE
Renault की ये 7 सीटर फैमिली कार सेफ्टी से इंजन फीचर्स तक में दमदार, कीमत 6.33 लाख रुपये से शुरू
Renault Triber की कीमत 6.33 लाख रुपये से शुरू होती है। ये आपकी फैमली के लिए एक अच्छा ऑप्शन साबित...
સુરત: પોલીસે ફરિયાદી વિરુદ્ધ ગેરવર્તન કરતા નો વિડીયો સોશિયલ મીડિયા પર વાયરલ થયો
સુરત: પોલીસે ફરિયાદી વિરુદ્ધ ગેરવર્તન કરતા નો વિડીયો સોશિયલ મીડિયા પર વાયરલ થયો
ঢকুৱাখনাৰ দীঘলাগাঁৱৰ নামঘৰত প্ৰদৰ্শিত কিশোৰৰ ভাওনাই মুহিলে সহস্ৰাধিক দৰ্শকক
ঢকুৱাখনাৰ দীঘলাগাঁৱৰ নামঘৰত প্ৰদৰ্শিত কিশোৰৰ ভাওনাই মুহিলে সহস্ৰাধিক দৰ্শকক।