ওদালগুৰি জিলা উপায়ুক্ত ডক্তৰ সাদনেক সিঙে বুধবাৰে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভা কক্ষত এখন সংবাদ মেলৰ আয়োজন কৰে । জিলা খনৰ শিক্ষা আৰু স্বাস্হ্য ব্যৱস্থাৰ উন্নয়ন , মৌলিক আন্ত গাঠনি বিকাশত অগ্ৰাধিকাৰ , দক্ষতা বিকাশ আৰু কৰ্মমুখী আচনিৰ কাৰ্যসুচী সন্দৰ্ভত সংবাদ মেলৰ জৰিয়তে অবগত কৰে । লগতে সংবাদ মেলৰ অন্তত জিলা খনৰ সাংবাদিক সকলৰ সতে মত বিনিময় অনুষ্ঠানটো অংশ গ্ৰহন কৰে ।ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভা কক্ষত উপায়ুক্ত ডক্তৰ সাদনেক সিঙৰ সংবাদ মেল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
80 लाख की नकबजनी चोरी की वारदात का पुलिस ने किया पर्दाफाश, वारदात में प्रयुक्त तीन वाहनों को भी किया जब्त
80 लाख की नकबजनी चोरी की वारदात का पुलिस ने किया पर्दाफाश
वारदात में प्रयुक्त तीन...
कोणत्याही दबावाला बळी पडणार नाही - रमेश गडदे
शिक्रापूर ता. शिरुर येथील ग्रामपंचायतचे सरपंच रमेश गडदे यांच्यावर सरपंच पदाचा राजीनामा देण्यासाठी...
दीपावली पर हुई गजलक्ष्मी माता की 108 दीपको से महाआरती मे उमडे भक्तगण
बूंदी। दीपावली महोत्सव पर हर वर्ष की भांति इस बार भी नवलसागर झील के किनारे स्थित गज लक्ष्मी माता...
આટકોટ વર્ણીરાજ હોટલ નજીક પ્રાઇવેટ બસનો અકસ્માત સર્જાયો સ્ટેરીંગ પરથી કાબુ ગુમાવતા ડિવાઈડર સાથે અથડાય
આટકોટ રોડ પર આવેલી વરણીરાજ હોટલ નજીક પ્રાઇવેટ બસ નો અકસ્માત સર્જાયો છે ત્યારે ડ્રાઇવર સ્ટેરીંગ...