১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ উদ্যোগত আৰু বিধায়কৰ শিক্ষা উন্নয়ণ সমিতিৰ আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সহযোগত নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন শৈক্ষিক অভিবৰ্তন ৷ নিম্ন প্ৰাথমিক , উচ্চ প্ৰাথমিক , মজলীয়া উচ্চ উচ্চতৰ মহাবিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰধানসকলৰ লগতে পৰিচালনা তথা উন্নয়ণ সমিতিৰ সভাপতিসকলক লৈ অনুষ্ঠিত হয় অভিবৰ্তন খন ৷ সমষ্টিটোৰ শিক্ষানুষ্ঠান খনৰ সকলো সমস্যা সমাধান আৰু শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে অভিবৰ্তন খনত আলোচনা কৰা হয় ৷ অভিবৰ্তন খনত লখিমপুৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন , বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকা , লখিমপুৰ জিলা বিদ্যালয়সমুহৰ পৰিদৰ্শক ড° ৰমেশ চন্দ্ৰ চুতিয়াকে প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি অভিবৰ্তন খন সাফল্যমণ্ডিত কৰি তোলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Odisha Train Accident: मृतकों के परिजनों की मदद के लिए आगे आईं ममता, परिवार के सदस्य को नौकरी देने का एलान
Odisha Train Accident ओडिशा के बालेश्वर में हुए रेल हादसे में पश्चिम बंगाल के कई लोगों की...
ઘોઘાના ઘાંચીવાડા વિસ્તારના રામદેવપીર મિત્ર મંડળના યુવાનો નો પગપાળા સંઘ રણુજા ખાતે પહોંચ્યો
ઘોઘાના ઘાંચીવાડા વિસ્તારના રામદેવપીર મિત્ર મંડળના યુવાનો નો પગપાળા સંઘ રણુજા ખાતે પહોંચ્યો
শিশু সৰবৰাহকাৰী সকলক লৈ মন্তব্য জেংৰাইমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ
আজি উজনি চেৰেপাইত হাছান আলি নামৰ শিশু সৰবৰাহকাৰীৰ সন্দেহত ন্যায়িক জিম্মলৈ প্ৰেৰণ কৰা...
સાયબર ફ્રોડની નવી રીતો આ 5 મેસેજ આવી રહ્યા છે લોકોની પાસે એક ક્લિકમાં એકાઉન્ટ સાફ!
સાયબર ફ્રોડની નવી રીતો આ 5 મેસેજ આવી રહ્યા છે લોકોની પાસે એક ક્લિકમાં એકાઉન્ટ સાફ!
অসমৰ বিদ্যালয়ত অক্সফোর্ডৰ শিক্ষাৰ্থী||Oxford Students In Assam School
অসমৰ বিদ্যালয়ত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী
দিল্লীৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ...