গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী তথা ধূপধৰাৰ আঠিয়াবাৰীত বুধবাৰে এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰে ৷ ধূপধৰা থানাৰ অন্তৰ্গত আঠিয়াবাৰীৰ দেওশিলা নদীৰ পানীত ওপঙি থকা অৱস্থাত এগৰাকী কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মৃতদেহটো বিষ্ণুপ্ৰসাদ হাজোৱাৰী (১৮) নামৰ স্থানীয় এগৰাকী কিশোৰৰ বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰামতে বিষ্ণুপ্ৰসাদ হাজোৱাৰীয়ে বুধবাৰে পুৱা আঠিয়াবাৰী গাঁৱৰ দেওশিলা নদীত বৰশী বাবলৈ গৈছিল ৷ কিন্তু বহুসময় ধৰি কিশোৰগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে সন্ধান চলায় আৰু অৱশেষত স্থানীয়লোকে দেওশিলা নৈৰ পানীত বিষ্ণুপ্ৰসাদ হাজোৱাৰীৰ মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে ৷ পিচত ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে ৷ কিশোৰগৰাকীৰ কিদৰে মৃত্যু হ’ল সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ অৱশ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिरुर तालुक्यात कारसह एकजण जळून खाक
शिरुर तालुक्यात कारसह एकजण जळून खाक
तळेगाव ढमढेरे, प्रतिनिधी
रांजणगाव सांडस (ता. शिरुर) येथील...
ગુજરાત વિધાનસભાની ચૂંટણીની રણનીતિ પર થઈ ચર્ચા@Sandesh News
ગુજરાત વિધાનસભાની ચૂંટણીની રણનીતિ પર થઈ ચર્ચા@Sandesh News
Rapido applauds Karnataka Government's decision to withdraw policy on electric Bike Taxis
March 12, 2024
Rapido applauds Karnataka Government's decision to withdraw policy on electric...
स्वस्थ बूँदी अभियान के तहत सीएमएचओ डॉ सामर ने स्वास्थ्य भवन के परिसर की करवाई साफ सफाई
भीषण गर्मी के मद्देनजर चिकित्सा एवं स्वास्थ्य विभाग के समस्त चिकत्सा संस्थानों, कार्यालयों में...