আজি গণেশ চতুৰ্থী৷কাজিৰঙাৰ মহামায়া কাক গোঁসানী থানত গণেশ দেৱতাৰ পূজা৷স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজড়িত কাকগোঁসানী থানত গণেশ দেৱতাৰ আশীষ বিচাৰি ধূপ ধূনাৰে নৈৱেদ্য আগবঢ়ায় ভক্তসকলে।